যোহন ২ – তেওঁৰ তেজৰ সুৰা

যাতে তেওঁৰ মহিমা দেখা যাব যীচুৱে সুৰা হৈ যোৱা পানীটো তেওঁৰ প্ৰথম আচৰিত কাৰ্য্য বোলি কিয় বাছি ল‘লে? আৰু বিয়াৰ সময়ত কিয়? দ্ৰাক্ষাৰস বা সুৰা কিয়? তেওঁ ক‘লে ‘মোৰ সময় নৈ হয়’ কিন্তু ঠিক তাৰ পিছত এই আচৰিত কাৰ্য্য কৰিলে কিয়? উত্তৰ হ‘ল যে শুভবাৰ্তাৰ বিষয়টো তেওঁৰ মনত সোমাইছে, আমাৰ উদ্ধাৰ তেওঁৰ তেজৰ দ্বাৰাই। যেনেকৈ পিছত তেওঁ ৫০০০ মান মানুহক ৰুটিৰে খোৱাব যি তেওঁ ক‘ব তেওঁৰ মাংস আচিল, তেনেকৈ এই চিন ঘঠিছিলে। তেওঁৱে এটা ডাঙৰ দলক বহুতো সুৰা দিয়ে, কাৰণ এইটো গোপনকৈ দেখাইছে তেওঁৰ তেজ, যি প্ৰত্যেক পাপীয়ে ‘খাব’ লাগিব চাফা হ‘বলৈ আৰু ঈশ্বৰৰ লগত মিলন হ‘বলৈ।

যোহন ২ :৭-৯ – যীচুৱে সিহঁতক ক‘লে, মঠীয়াকেইটা পানীৰে পূৰ কৰা। তাতে সিহঁতে সেইবোৰ কাণলৈকে পূৰ কৰিলে। পাছে তেওঁ সিহঁতক ক‘লে, এতিয়া উলিয়াই, ভোজৰ গৰাকীৰ তালৈ নিয়াহঁক। তাতে সিহঁতে লৈ গল। ভোজৰ গৰাকীয়ে, দ্ৰাক্ষাৰস কৰা সেই পানী যেতিয়া চাকি চালে… …