স্বৰ্গৰ তলত আন কোনো নাম নাই

জগতত বহুত মানুহে বিশ্বাস কৰে যে সকল ধৰ্ম আমাক ঈশ্বৰলৈ ল‘ব পাৰে। এই কথাসঁচা নে? এটো সঁচা নে, যে সকল ধৰ্মৰ দেৱতাত আমি পাপৰ পৰা মুক্তি পাব পাৰোঁ? খ্ৰীষ্টানবোৰে বিশ্বাস কৰে আৰু শিক্ষা দিয়ে যে যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাৰপাপৰ পৰা আমি উদ্ধাৰ পাওঁ – আৰু অকল সেয়ে নহয়, কিন্তু বাইবেলো সিক্ষা দিয়েযে কেৱল যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাৰ পাপৰ পৰা আমি উদ্ধাৰ পাম। আমি নিজকেউদ্ধাৰ কৰিব নোৱাৰো, আৰু অন্য দেৱতা বা গুৰু বা পথ প্ৰদৰ্শক যি আহিছিলেনোৱাৰে। বাইবেল এইবোৰ কয় নে? যীচু আৰু তেওঁৰ অনুগামীয়ে আচলতে এইবোৰ শিক্ষাদিলে নে? সঁচা যদি, তেন্তে কিয়? পৰিত্ৰান আন কোনো উপাইৰে কিয় অসম্ভৱ হয়?

পাঁচনিৰ কৰ্ম্ম ৪:১২ – আৰু আন কাতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই