পুৰনি নিয়মৰ শুভবাৰ্তা – ১২ – দায়ূদ – ক্ষমা বিচৰা

ৰজা দায়ূদ এজন সত্য বিশ্বাসী হ‘লেও, তেওঁৰ মহা পাপৰ সময়ত কেনেকৈ হেৰুৱা মানুহে ঈশ্বৰৰ ক্ষমা বিচাৰিব পাৰে, তেওঁৰ অনুতাপ এটা উদাহৰণ। গীতমালা ৫১‘অত আমি বাইবেলৰ শুভবাৰ্তাটো পাওঁ, আৰু ঈশ্বৰৰ কাষত নিৰ্দ্দোষী হোৱাৰ এটা স্পষ্ট ছবি দেখা যায়। আমি গম পাব লাগিব যে আমি সম্পূৰ্ণৰূপে পাপী আৰু নষ্ট এজন পবিত্ৰ ঈশ্বৰৰ আগত, আৰু আমাৰ পাপ তেওঁৰ চকুত মন্দ। আমি তেওঁৰ উচৰলৈ আহিব লাগিব যাতে তেওঁৰ পুত্ৰ যীচুৰ তেজত আমাক ধোৱা হব।