পুৰনি নিয়মৰ শুভ বার্তা – ৬ – অব্রাহাম – ধার্মিক বুলি গণনা হোৱা

অব্রাহাম খ্রীষ্টান জীবণৰ মহা এতা উদাহৰণ হয় আৰু তেওঁ যীচু খ্ৰীষ্টৰ প্ৰকাশিত পৰিত্ৰানৰ পথ দেখোৱায়। এই প্ৰচাৰ মুল শিক্ষা হল সেই দিনা ঈশ্বৰে অব্ৰাহামক ধাৰ্ম্মিক বুলি গণনা কৰিলে তেওঁৰ বিশ্বাস দ্বাৰাই। অব্ৰাহামৰ বিশ্বাস ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত আছিলে। তেওঁৰ দৰে আমি বিশ্বাসেৰে ধাৰ্ম্মক বুলি গণনা হওঁ, কৰ্ম্মেৰে নহোয়, যাতে মানুহ গৌৰৱ নকৰে। এইদৰে সকলো গৌৰৱ ঈশ্বৰৰ উদ্দেশ্যে হব যেতিয়া তেওঁৱে পাপীবোৰক উদ্ধাৰ কৰে।  মুল বাইবেলৰ পদ হল – আদিপূস্তক ১৫:১-৬।