পূনৰ্জন্ম আচল হয় নে?

হিন্দু মানুহে সিক্ষা পায় যে এই জীৱনৰ পিছত সিহঁতে আন এটা জীৱন পাব আৰু আকৌ নতুনকৈ সকলো আৰম্ভ কৰিব। এটো এটা পুৰণি মিছা কথা আৰু মানুহক নিজৰ জীৱন আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব নিদিবলৈ সহায় কৰে। এটো এটা সুবিধাজনক বাহানা যাতে আমি পাপত আমাৰ জীৱন অৱহেলা কৰোঁ। কিন্তু ঈশ্বৰে কয়, মানুহে এবাৰ জীয়ে আৰু মৰে, তাৰ পিছত বিচাৰ হ’ব। অনন্তকাললৈকে ভাৱা। তোমাৰ ঈশ্বৰ আৰু সৃষ্টিকৰ্তাক লগ পাবলৈ প্ৰস্তুত হোৱা। তোমাৰ জীৱন বহুমূলীয়া।