নতুন বিষয়

  • যোহন ৫ – শাস্ত্ৰৰ সাক্ষ্য

    যোহন ৫ – শাস্ত্ৰৰ সাক্ষ্য

    তেওঁৰ ঈশ্বৰত্ব আৰু মহিমা ঈশ্বৰৰ পুত্ৰ বোলি প্ৰমাণ কৰিবলৈ, যীচুৱে আমাক চাৰিতা সাক্ষ্য দিয়ে। এইবোৰ সকলো গুৰুত্বৰ: যোহন বাপ্তাইজকৰ সাক্ষ্য, তেওঁৰ আচৰিত কৰ্মৰ সাক্ষ্য, তেওঁৰ পিতৃৰ সাক্ষ্য, আৰু শাস্ত্ৰৰ সাক্ষ্য। যিহোদী মানুহে ইমান দেখিলেও তেওঁক প্ৰতিৰোধ আৰু তুচ্ছ কৰিলে। আজি শাস্ত্ৰ এতিয়াও আমাৰ হাতত আছে, আমাৰ চকুৰ আগত পঢ়া যায়, আৰু আমাৰ বিশ্বাস সক্তিশলী কৰায়। যিহেতু শাস্ত্ৰ সঁচাকৈ ঈশৰৰ বাক্য হয়, যি যোন মিছা কথা ক‘ব নোৱাৰে, যি এইবোৰৰ ওপৰত বিশ্বাস কৰে মুৰ্খ নহয়। যিহোদী মানুহে শাস্ত্ৰ পালে আৰু প্ৰায় […]

  • মিছা খ্ৰীষ্টান মানে কি ?

    মিছা খ্ৰীষ্টান মানে কি ?

    বহুত মানুহে নিজকে খ্ৰীষ্টান বুলি মাতে আৰে নিজকে উদ্ধাৰ পোৱা বুলি ভাৱে যেতিয়া আচল অৱস্থা মিছা হয়। মিছা খ্ৰীষ্টান কি হয়? ইয়াৰ অৰ্থ হ’ল যাৰ জীৱন-যাপনটো বাইবেলৰ লগত নিমিলাই। সিসঁতে ঈশ্বৰক বিশ্বাস কৰোঁ বুলি কয় কিন্তু সিসঁতৰ কাৰ্য্যবোৰ নিমিলাই। মিছা খ্ৰীষ্টানবোৰে বাইবেল প্ৰায় নপঢ়ে আৰু বাইবেলখন সিসঁতৰ মনত আমনি লগা বা ‘বৰিং’ লগা। সিসঁতে হেৰুৱা মানুহৰ কাৰণে প্ৰাৰ্থনা নকৰে আৰু পবিত্ৰতাত বৃদ্ধি পাবলৈ কেৰেপ নকৰে। দেওবাৰত চাৰ্চলৈ গ’লেও বা দিঙিত ক্ৰোচৰ মালা পিন্ধিলেও, সিসঁতে পুৰণা বন্ধুৰ লগত লেতেৰা  ফুচুৰি কয় […]

  • যোহন ৫ – পুত্ৰই সকলোকে বিচাৰ কৰিব

    যোহন ৫ – পুত্ৰই সকলোকে বিচাৰ কৰিব

    এই কাহিনীত দেখা গৈছে যে বিশ্ৰাম বাৰে (যি বাৰক ঈশ্বৰে প্ৰাচীন কালত পৃথক কৰি পবিত্ৰ কৰিলে আৰু যিহূদী মানুহবিলাকক কাম নকৰিবলৈ আদেশ দিলে) যীচুৱে এজন ৰোগীক সুস্থ কৰিলে। যিচুৱেই কিয় এইটো কাম কৰিলে? তেওঁক বিচাৰ কৰা হব লগিয়া এজন অপৰাধী নে? নহয়, যিচুৱেই এটা নিৰ্দিষ্ট শিক্ষা দিয়াৰ কাৰণে সুবিধা পাবলৈ এই অলৌকিক কাম বিশ্ৰাম বাৰে কৰিলে। এই শিক্ষাত যিচুৱে নিজৰ ঈশ্বৰত্ব প্ৰকাশ কৰিলে – পিতৃ ঈশ্বৰৰ লগত সমানতা! যে তেওঁ বিশ্ৰাম বাৰৰ প্ৰভু, যে তেওঁ ঈশ্বৰৰ পুত্ৰ যাক কোনেও বিচাৰ […]

  •  
  • যোহন ৪ – আচৰিত কাম নে খ্ৰীষ্টক বিচাৰিছে?

    যোহন ৪ – আচৰিত কাম নে খ্ৰীষ্টক বিচাৰিছে?

    আপুনি ঈশ্বৰৰ পৰা কি বিচাৰে?। আপুনি খ্ৰীষ্টৰ পৰা কি বিচাৰে? আশীৰ্বাদ বিচাৰে নে খ্ৰীষ্টকহে বিচাৰে? বহু মানুহে মই যীচুক ভাল পাও বুলি যেতিয়া কয়, আচলতে যীচুকে ভাল নাপায়, কিন্তু যীচুৱে দিব পৰা আশীৰ্বাদ, উপহাৰ, আৰু সহায়ক ভাল পায়। বহু মানুহে মই যীচুক বিশ্বাস কৰো বুলি কয়, কিন্তু আচলতে তেওঁতে বিশ্বাস আৰু আশা কৰা নাই, কিন্তু অকল আশীৰ্বাদ পবলৈ বা আচৰিত, অলৌকিক কাৰ্য্য দেখিবলৈ তেওঁৰ ফালে চাই আছে। এনেকোৱা বিশ্বাসে কাকো উদ্ধাৰ কৰিব নোৱাৰে। আমি যে খ্ৰীষ্টক মাত্ৰ এজন আমাক সহায় […]

  • যোহন ৪ – খ্ৰীষ্টৰ লগত শ্ৰম কৰা

    যোহন ৪ – খ্ৰীষ্টৰ লগত শ্ৰম কৰা

    ক্ৰোচলৈ যোৱাৰ আগতে যীচু খ্ৰীষ্টৰ মহান প্ৰেম আৰু তেওঁৰ পৰিশ্ৰম আৰু ত্যাগ হেৰোৱা প্ৰাণবোৰক বচাবলৈ আমি ইয়াত দেখিব পাৰো। তেওঁৰ ইচ্ছা পিতৃৰ ইচ্ছাৰ লগত এক আছিল। এই মানুহবিলাকক শুভবাৰ্তা দিবলৈ তেওঁৰ নিজৰ অধিকাৰ আৰু সুবিধাবোৰ, আনকি তেওঁৰ দৈনিক খাদ্য, তেওঁ ত্যাগ কৰিলে। তেওঁৰ চকু মহান প্ৰাণ সংগ্ৰহত আছিলে – একমাত্ৰ চিৰস্থায়ী বস্তু যি জগতত থাকে। আপুনি ব্যৰ্থ বা জাগতিক বিষয়ে চিন্তিত হয় নে? আপুনি নিজৰ চখ, জগতৰ পুৰস্কাৰ, আৰু ফূৰ্ত্তিত ব্যস্ত আছে নে? আপুনি খ্ৰীষ্টৰ সৈতে আনৰ আত্মা লাভ কৰে […]

  • খ্ৰীষ্টৰ মৃত্যুত ঈশ্বৰৰ প্ৰেম দেখা যায়

    খ্ৰীষ্টৰ মৃত্যুত ঈশ্বৰৰ প্ৰেম দেখা যায়

    খ্ৰীষ্টৰ মৃত্যু ইতিহাসৰ সকলোতকৈ বিখ্যাত ঘটনা হ’ব পাৰে, কিন্তু আচলতে ইয়াত ঈশ্বৰৰ বিষয়ে আৰু খ্ৰীষ্টৰ বিষয়ে কি দেখা যায় ? ইয়াত আমাৰ প্ৰতি ঈশ্বৰৰ অন্তৰ্ভাৱৰ বিষয়ে আমি কি দেখিব পাৰো ? যীচু খ্ৰীষ্টৰ ক্ৰোচ ঈশ্বৰৰ অন্তৰৰ এখন খিৰিকীৰ দৰে হয়, যাৰ দ্বাৰাই পাপী মানুহৰ বাবে তেওঁৰ প্ৰেম আমি দেখিব পাৰোঁ। ৰোমীয়া ৫:৮ – “কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্ব্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।”

  •  
  • যোহন ৪ – এজনী পাপী তিৰোতাৰ বাবে জীৱনময় পানী

    যোহন ৪ – এজনী পাপী তিৰোতাৰ বাবে জীৱনময় পানী

    জীৱনত আপুনি সন্তুষ্ট হয় নে? আপোনাৰ আনন্দ আছে নে? আন কি আপোনাৰ এটা অসীম আনন্দ, সন্তুষ্টি, আৰু প্ৰেমৰ উৎস আছে নে? কেৱল যীচুৱে এইবোৰ দিব পাৰে। তেওঁৰ পুত্ৰৰ দ্বাৰাই ঈশ্বৰক নোপোৱামানে আৰু পৱিত্ৰ আত্মাৰ জীৱনময় পানী নোখোৱামানে (আমাৰ ভিতৰত থকা খ্ৰীষ্ট) আমাৰ অন্তৰ অস্থিৰ হৈ থাকে। কিন্তু প্ৰথমে, এই কাহিনীৰ তিৰোতাৰ নিচিনা, আপোনাৰ পাপ স্বীকাৰ কৰিব লাগে। যোহন ৪:১৩-১৪ – “যীচুৱে উত্তৰ দি তেওঁক কলে, এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিৱ; কিন্তু মই যি পানী দিম, তাক যি কোনোৱে […]

  • যোহন ৩ – অবিশ্বাস

    যোহন ৩ – অবিশ্বাস

    প্ৰভু যীচুৱে আমাক শিক্ষা দিয়ে যে অবিশ্বাস নিজে পাপ হয়। ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰোঁতে আমি যে উদ্ধাৰ পোৱাৰ সুযোগটো হেৰুৱাই, অকল সেয়ে নহয়, কিন্তু আমি দেখাই দিওঁ যে আমাৰ অন্তৰ সঁচাকৈ মন্দ হয়। ঈশ্বৰে আমাৰ পৰা অন্ধ বিশ্বাস নুখুজিলেও, তথাপি যোনে সন্ধান কৰে, তাৰ বাবে খ্ৰীষ্টৰ দুৰৰ পৰা থকাৰ কোনো কাৰণ নাই। তেওঁ এই পৃথিৱীৰ ধুনীয়া পোহৰ। তেওঁৰ কথা আৰু কৰ্ম্ম নিখুঁত হয়, আৰু এইবোৰৰ ইমান ওজন আৰু মহিমা আছে। কিন্তু যেনে এজন মানুহে জ্ঞানী ডক্তৰৰ সহায় অগ্ৰাহ্য কৰে, তেনেকৈ […]

  • যোহন ৩ – খ্ৰীষ্টলৈ চোৱাৰ দ্বাৰাই উদ্ধাৰ

    যোহন ৩ – খ্ৰীষ্টলৈ চোৱাৰ দ্বাৰাই উদ্ধাৰ

    যীচুৱে নীকদীমক ক’লে যে তেওঁৰ বাবে নতুন জন্ম পাবলৈ প্ৰয়োজন আছিলে, কিন্তু এই কথা অকল সিহঁতৰ আলোচনাৰ প্ৰথম বিষয় আছিলে। সকল সময়ৰ নিচিনা, মানুহে যেন প্ৰাণত স্থায়ী শান্তি পাব আৰু মানুহে যি ভেঁটিৰ দ্বাৰাই পৰিত্ৰাণ পায় জানিব, খ্ৰীষ্টৱে নীকদীমক তেওঁৰ নিজৰ ক্ৰোচত হোৱা মৃত্যুৰ বিষয়লৈ পথ দেখালে। যেনেকৈ সাপটোৰ কাহিনী যিহোদি মানুহৰ বাবে চিনাকি আছিলে, তেনেকৈ যিচুৱে ইয়াতে ব্যাখ্যা কৰে, যে তেওঁ এই পুৰণি নিয়মৰ ছায়াৰ মূল অৰ্থ হয়। যাকে বিশ্বাস কৰে উদ্ধাৰ কৰিবলৈ, তেওঁক উত্তোলিত হ’ব (মানুহৰ হাতেৰে, তেওঁৰ […]

  •  
  • অশ্লীল ছবি পাপ হয় নে ?

    অশ্লীল ছবি পাপ হয় নে ?

    আজিকালি বহুত মানুহে ছিনেমা দোকানত, মবাইলত, বা কম্পুতৰত অশ্লীল ছবি আৰু পৰ্ন ফিল্ম চায়। আৰু মানুহৰ মন যৌনতাপূৰ্ণ হয় গ’ল। আনকি বস্তুবিলাক আদ্ভেৰটাইজ কৰিবলৈ মানুহ আধানগ্ন মাইকি চাইন-বৰ্ডত লগাই দিয়ে। এটো ঠিক কাম নে পাপ কাম? যীচুৱে ক’লে – যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।“ – মই আৰু কি কম? এইটো স্পষ্ট। যৌন চিন্তা পাপ হয়, ব্যভিচাৰ হয়। তুমি যদি মনত কৰা পাপী হ’বা। আৰু যীচুৱে আমাক সতৰ্ক কৰিলে এইদৰে – “যদি তোমাৰ […]