মণ্ডলী

আমি যি আছোঁ –

আমি গুৱাহাটী অসমত থকা এটা বিশ্বাসীৰ দল। আমি প্ৰভু আৰু উদ্ধাৰকৰ্ত্তা হিচাপে যীচু খ্ৰীষ্টক অনুসৰণ কৰি আছোঁ। আমি বেলেগ বেলেগ জাতি আৰু সম্প্ৰদায়ৰ পৰা কিন্তু আমি বাইবেলৰ শিক্ষাত, অনন্ত শুভবাৰ্তাত, খ্ৰীষ্টৰ আত্মা, প্ৰেমত, আৰু মহা সাক্ষ্য দিয়াৰ আদেশৰ উদ্দেশ্যত এক হয় আছোঁ।

আমাৰ বিশ্বাস –

আমাৰ আচল খ্ৰীষ্টান সম্প্ৰদায় নাথাকিলেও, তথাপি আমি বাইবেলৰ সম্পূৰ্ণ সত্যতা আৰু নিৰ্ভুলটাত, ত্ৰিমূৰ্তিত, পৰিত্ৰানৰ দয়াৰ শিক্ষাত, হেৰুৱা মানুহৰ অসহায় আৰু অসৎ অৱস্থাত, অহি থকা মহা-বিচাৰ দিনত, খ্ৰীষ্টৰ ক্ৰোচ আৰু পুনৰউঠানৰ দ্বাৰা প্ৰায়শ্চিত্তত, পবিত্ৰ আত্মাৰ নতুনকৈ সৃষ্টি কৰাৰ কাৰ্য্যত, উদ্ধাৰ পাবলৈ অনুতাপ আৰু বিশ্বাস কৰাৰ মানুহৰ দায়িত্বত, কেৱল চিনসৰূপে বিশ্বাসীৰ বাপ্তিস্ম আৰু প্ৰভুৰ ভোজত, আৰু উন্নয়নশীল পবিত্ৰ হোৱাত (ইয়াৰ বিনে কোনেও প্ৰভুক দেখা নাপাব), বিশ্বাস কৰোঁ।

আমাৰ নথকাৰ বাবে, ইয়াতে আৰু ইয়াতে বেলেগ মণ্ডলিৰ ধৰ্মীয় বিশ্বাস পত্ৰটো আছে। আমাৰ নিজৰ জদি থাকে এইবোৰৰ লগত বহুত মিল হব।

আমাক লগ কৰা –

ইংৰাজি সভা প্ৰতি দেওবাৰে ১১টাত ৰাতিপুৱা হয়। ইয়াৰ পিছত এটা সহভাগিতা ভোজ থাকিব।

অসমীয়া সভা প্ৰতি দেওবাৰে ৫টাত আবেলি হয়। ইয়াৰ পিছত সহভাগিতা, চাহ, আৰু সৰু জলপান থাকিব।

আমাৰ সভা জো ৰদত সাক্ষাত কৰে। আৰু নিৰ্দিষ্ট ঠিখনা জনাৰ বাবে, অনুগ্ৰহ কৰি আমাৰ যোগাযোগ ফৰ্ম ব্যবহাৰ কৰক।