মানুহে কেনেকৈ ঈশ্বৰৰ ওচৰ পাব পাৰে?

আপুনি কেতিয়াও ভাবিছে নে?: “ঈশ্বৰ কিয় ইমান দুৰত যেন লাগে?” ইয়াৰ এটা কাৰণ আছে: বাইবেলে আমাক শিকায় যে সকলো মানুহ জন্মৰ পৰা নিজৰ নিজৰ পাপৰ কাৰণে ঈশ্বৰৰ পৰা প্ৰিথক হৈছে। মানুহে ঈশ্বৰক নাজানে। সিহঁতে তেওঁক নামানে, আৰু প্ৰেমো নকৰে। আমাৰ অন্তৰত আৰু জিৱনত থকা পাপ এটা বৰ ডাঙৰ মানুহে পাৰ কৰিব নপৰা শিলৰ নিচিনা, যোনটোৱে আমি আৰু আমাৰ পৱিত্ৰ সৃষ্টিকৰ্তাৰ মাজত থকা বাটটো বন্ধ কৰে। পাপে আমাক ঈশ্বৰৰ পৰা প্ৰিথক কৰে, আৰু পাপৰ কাৰণে ঈশ্বৰে আমাক শাষ্টিও দিব লাগিব। আমি নিজে কৰিব পৰা কোনো কামে (যেনে: ধৰ্ম কৰ্ম) আমাক ঈশ্বৰলৈ কেতিয়াও নানে। আমি অকল যিচু খ্ৰীষ্টৰ দ্বাৰাইহে ঈশ্বৰক পাব পাৰোঁ। পিত্ৰি ঈশ্বৰে আমাক নিজলৈ আনিবৰ কাৰণে পথোৱাজন তেওঁৱেই। তেওঁ আমাক ঈশ্বৰলৈ নিবৰ কাৰণে আমাৰ পাপবোৰৰ বাবে মৰিবলৈ আহিছিলে।

১ পিতৰ ৩:১৮ – কাৰণ, আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্ম্মিকবিলাকৰ কাৰণে, ধাৰ্ম্মিক জনাই, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হল, কিন্তু আত্মাত হলে পুনৰ্জীৱিত হল।

Download