খ্ৰীষ্টৰ মৃত্যুত ঈশ্বৰৰ প্ৰেম দেখা যায়

খ্ৰীষ্টৰ মৃত্যু ইতিহাসৰ সকলোতকৈ বিখ্যাত ঘটনা হ’ব পাৰে, কিন্তু আচলতে ইয়াত ঈশ্বৰৰ বিষয়ে আৰু খ্ৰীষ্টৰ বিষয়ে কি দেখা যায় ? ইয়াত আমাৰ প্ৰতি ঈশ্বৰৰ অন্তৰ্ভাৱৰ বিষয়ে আমি কি দেখিব পাৰো ? যীচু খ্ৰীষ্টৰ ক্ৰোচ ঈশ্বৰৰ অন্তৰৰ এখন খিৰিকীৰ দৰে হয়, যাৰ দ্বাৰাই পাপী মানুহৰ বাবে তেওঁৰ প্ৰেম আমি দেখিব পাৰোঁ।

ৰোমীয়া ৫:৮ – “কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্ব্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।”

Download