যোহন ৮ – পাপত ধৰা পৰা

এই পাপত ধৰা পৰা তিৰোতাৰ কাহিনীক লৈ এটা কঠিন প্ৰশ্ন আছে, ই হ‘ল যে এই কাহিনী যোহনে লিখা শুভবাৰ্তাৰ ভিতৰত প্ৰথমে আছিলে নে নাই । তথাপি এই কাহিনী যীচুৰ গোটেই চৰিত্ৰ আৰু শিক্ষাৰ লগত মিলে– বিশেষকৈ পৰৰ পাপলৈ নাচাই  আমাৰ নিজৰ পাপ চাবলৈ যীচুৰ যি শিক্ষা। আৰু ই আমাক সোঁৱৰাই খ্ৰীষ্টৰ প্ৰেম আৰু ক্ষমাৰ বিষয়ে, আনকি আটাইতকৈ দোষী মানুহলৈ যি পাপত ধৰা পৰিল।

যোহন ৮:১১ – “… তাতে যীচুৱে কলে, ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা আৰু পাপ নকৰিবা ।”

Download