যোহন ৮ – ক্ৰুচৰ পৰা পোহৰ

যীচুৱে ক‘লে, “মই জগতৰ পোহৰ ।” আৰু ক’লে  যে তেওঁৰ মৃ্ত্যুৰ সময়ত মানুহে তেওঁৰ পৰিচয় সঁচাকৈ জানিব। ক্ৰুচতেই আমি ঈশ্বৰৰ সত্যতা দেখা আৰু পাপ, মৃত্যু, আৰু বিচাৰৰ পৰা সাৰি যোৱাৰ পথটো দেখিবলৈ সহায় পাওঁ । আজিলৈকে তেওঁৰ ক্ৰুচ আন্ধাৰত থকা মানুহবিলাকৰ বাবে  দীপ্তিময় হৈ থাকে , যাতে সিহঁতে প্ৰকৃত আশা আৰু পৰিত্ৰাণ পায়। ক্ৰুচত কি হ‘ল ? আমি চাৰিটা আচৰিত ঘটনা দেখা পাওঁ : আকাশত হোৱা অন্ধকাৰ , তেওঁৰ ক্ৰুচৰ পৰা হোৱা দুটা ডাঙৰ ঘোষণা, আৰু সেই আঁৰ-কাপোৰ দুছিটা হোৱা । ই আমাৰ প্ৰাণৰ বাবে পবিত্ৰ তথা ক্ষমতাপূৰ্ণ সত্য ।

যোহন ৮:২৮ – ” তাতে যীচুৱে কলে, যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা, তেতিয়া, মই যে সেই জনা… তোমালোকে জানিবা । “

Download