যোহন ৭ – পাপ

যে সকলো মানুহ গোটেই পৃথিবীত পাপী আৰু মন্দ হয় – এই শিক্ষা দিয়াৰ বাবে মানুহে যীচুক বধ কৰিব খোজিলে । দুৰ্ভাগ্যক্ৰমে আজিকালি যদি কোনোবাই এই একেই টান বাৰ্তাটো প্ৰচাৰ কৰিলে বেছিভাগ মৃত মন্দলিয়ে তাক খেদাই দিব । কিন্তু যীচুৰ কথা ঠিক হয় ! হয় নে ?! বেছিভাগ মানুহে বাহ্যিকভাৱে নিজকে ভাল বুলি দেখায় । কিন্তু আপুনি গম পাইছে নে, যে আপুনি ঠগ, হত্যাকাৰী, আৰু বলাতকাৰীৰ সমানে মন্দ হয় ? যে ঈশ্বৰৰ ৰাজ্যত আপুনি ঠিক সিসঁতৰ সমানে এজন অপৰাধী গম পাইছে নে ? সাৰ পাই স্বীকাৰ কৰি যীচুলৈ আহি ক্ষমা পাব ।

যোহন ৭:৭ – “জগতে … মোকহে ঘিণ কৰে; কিয়নো তেওঁবিলাকৰ কৰ্ম্ম মন্দ বুলি মই তেওঁবিলাকৰ বিযয়ে সাক্ষ্য দিছোঁ । “

Download