যোহন ৬ – জীৱনময় আহাৰ

সেই বিখ্যাত কাহিনী, যেতিয়া প্ৰভু যীচুৱে পাচ হাজাৰমান মানুহক খোৱাই দিছিল আমাক শিকায় দিয়ে যে আমি তেওঁক বিশ্বাস কৰিবই লাগিব আৰু সদায় এই জগতত নহয়, কিন্তু তেওঁত আমাৰ জীৱনক বিচাৰি পাব লাগিব। এই জগতৰ বস্তু ক্ষয়নীয় আৰু অস্থায়ী হয়। এই জগতৰ সকলো বস্তু বিনষ্ট হ‘ব।

 

যোহন ৬:২৭ – ‘ ক্ষয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব; কিয়নো পিতৃ, অৰ্থাৎ ঈশ্বৰে তেওঁক মোহৰ মাৰিলে। ‘

 

Download