যোহন ৪ – এজনী পাপী তিৰোতাৰ বাবে জীৱনময় পানী

জীৱনত আপুনি সন্তুষ্ট হয় নে? আপোনাৰ আনন্দ আছে নে? আন কি আপোনাৰ এটা অসীম আনন্দ, সন্তুষ্টি, আৰু প্ৰেমৰ উৎস আছে নে? কেৱল যীচুৱে এইবোৰ দিব পাৰে। তেওঁৰ পুত্ৰৰ দ্বাৰাই ঈশ্বৰক নোপোৱামানে আৰু পৱিত্ৰ আত্মাৰ জীৱনময় পানী নোখোৱামানে (আমাৰ ভিতৰত থকা খ্ৰীষ্ট) আমাৰ অন্তৰ অস্থিৰ হৈ থাকে। কিন্তু প্ৰথমে, এই কাহিনীৰ তিৰোতাৰ নিচিনা, আপোনাৰ পাপ স্বীকাৰ কৰিব লাগে।

যোহন ৪:১৩-১৪ – “যীচুৱে উত্তৰ দি তেওঁক কলে, এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিৱ; কিন্তু মই যি পানী দিম, তাক যি কোনোৱে খায়, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব; বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”

Download