যোহন ৩ – খ্ৰীষ্টলৈ চোৱাৰ দ্বাৰাই উদ্ধাৰ

যীচুৱে নীকদীমক ক’লে যে তেওঁৰ বাবে নতুন জন্ম পাবলৈ প্ৰয়োজন আছিলে, কিন্তু এই কথা অকল সিহঁতৰ আলোচনাৰ প্ৰথম বিষয় আছিলে। সকল সময়ৰ নিচিনা, মানুহে যেন প্ৰাণত স্থায়ী শান্তি পাব আৰু মানুহে যি ভেঁটিৰ দ্বাৰাই পৰিত্ৰাণ পায় জানিব, খ্ৰীষ্টৱে নীকদীমক তেওঁৰ নিজৰ ক্ৰোচত হোৱা মৃত্যুৰ বিষয়লৈ পথ দেখালে। যেনেকৈ সাপটোৰ কাহিনী যিহোদি মানুহৰ বাবে চিনাকি আছিলে, তেনেকৈ যিচুৱে ইয়াতে ব্যাখ্যা কৰে, যে তেওঁ এই পুৰণি নিয়মৰ ছায়াৰ মূল অৰ্থ হয়। যাকে বিশ্বাস কৰে উদ্ধাৰ কৰিবলৈ, তেওঁক উত্তোলিত হ’ব (মানুহৰ হাতেৰে, তেওঁৰ মৃত্যুৰ সময়ত, যোহন ৮:২৮, যোহন ১২:৩২-৩৪) আৰু ক্ৰোচবিদ্ধ হ’ব। তেওঁৱে আমাৰ পাপ নিলে। তেওঁৱে ক্ৰোচত আমাৰ পাপস্বৰূপ হৈ গ’ল। মুক্তি, মহিমাৰ প্ৰভু, যীচু খ্ৰীষ্টৰ দ্বাৰাই সম্পূৰ্ণৰূপে কিনা হ’ল। তেওঁৱে সকলোকে বিনেমুল্যেৰে আৰু সৰল বিশ্বাসেৰে অনন্ত জীৱন পোৱাৰ বাবে নিমন্ত্ৰণ কৰে। যি মুহূৰ্তত তুমি বিশ্বাস কৰা আৰু তেওঁত জিৰণি লো

ৱা, তুমি উদ্ধাৰ পোৱা। যি যোনে সকল নিজৰ ওজন খ্ৰীষ্টত থৈ দিয়ে, সি ইতিমধ্যে গুপনকৈ নতুন জন্ম পালে, আন কি সি যদি গম পোৱা নাই। হেৰোৱা মানুহৰ বাবে আমাৰ উপদেশ নতুন জন্ম পাবলৈ সদায় ষেশত সিহঁতৰ বাহিৰত ঈশ্বৰৰ পুত্ৰৰ কাৰ্য্যলৈ পথ দেখাব লাগিব।

যোহন ৩:১৪-১৫ – “অৰণ্যত মোচিয়ে যেনেকৈ সাপটো তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হব লাগে, যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে।”