যোহন ২ – যীচুৱে ধৰ্মধাম শুচি কৰে

যীচুৰ কালত আন কি ধৰ্মীয় মানুহে খোব লুভীয়াকৈ পইছা বিচাৰিছিলে। আমাৰ কাল একেই। মানুহে নিজৰ ধৰ্ম আৰু সমাজ পৰাস্ত কৰাৰ বাবে, আৰু পইছা, ভূমি, আৰু বেতন পোৱাৰ বাবে ব্যৱহাৰ কৰে। মানুহে ঈশ্বৰৰ স্থানত পইছাক সেৱা কৰে। ভাৰতত বহুত মানুহে ক’ব, ‘আল্লাহ,’ বা ‘ভগৱান,’ বা ‘বিষ্ণু,’ বা আন কি ‘যীচু,’ সিহঁতৰ প্ৰভু হয়, কিন্তু সিহঁতৰ আচল প্ৰভু হ’ল, পইছা। সিহঁতে পইছাৰ বাবে সেৱাকাৰ্য্য কৰে! এটো সিহঁতৰ জীৱন নিয়ন্ত্ৰণ কৰে আৰু সিহঁতৰ ভাৰসা এটোৰ ওপৰত থৈ দিয়ে। কিন্তু আমাৰ কালত যীচুও একেই হয়, আৰু আমাৰ ‘অন্তৰৰ মন্দিৰবোৰত’ কাম কৰি আছে। যি কোনো পাপ বা বস্তু যি আপুনি ঈশ্বৰতকৈ ভাল পায়, তেওঁৱে ঈৰ্ষাকৈ ধ্বংস কৰিব আৰু আপোনাৰ জীৱনৰ পৰা গুচাব, যদি আপুনি সঁচাকৈ তেওঁৰ হয়, বা তেওঁলৈ যদি আহে। হে প্ৰভু, আমাৰ হৃদয় অনুসন্ধান কৰা! উৎসাহেৰে শুদ্ধ সেৱা তোমাৰ বাবে পাই লোৱা!

যোহন ২ :১৫-১৭ – তেওঁ জৰীৰে এডাল চাবুক সাজি, গৰু আৰু মেৰে সৈতে সেই আটাইবোৰকে ধৰ্ম্মধামৰ পৰা খেদাই দিলে; ধন সলোৱাবোৰৰ ধন বাকি পেলাই, মেজো লুটিয়ালে; আৰু কপৌ বেচাবিলাকক কলে, ইয়াৰ পৰা এইবোৰ লৈ যোৱা; মোৰ পিতৃৰ ঘৰ বেপাৰৰ ঘৰ নকৰিবা। তেতিয়া, তোমাৰ গৃহলৈ মোৰ যি উৎসাহ সেয়ে মোক গ্ৰাস কৰিব, এই কথা যে লিখা আছে, তাক শিষ্যবিলাকৰ মনত পৰিল।