যোহন ১ – যীচু ঈশ্বৰৰ বাক্য হয়

বহুত কিছু নজনা ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু ঈশ্বৰক নজানিলে হ‘ল আমাৰ সত্য জীৱনৰ পৰা আৰু আচল উদ্দেশ্যৰ পৰা আঁতৰ হৈ থকা। কেৱল যীচু খ্ৰীষ্টৱে যাক ঈশ্বৰ হয় আমাক দেখায় দিব পাৰে, কাৰণ অকল তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰ হয়, ঈশ্বৰৰ পুত্ৰ। তেওঁ মানুহ হয় গল আৰু আমাৰ উচৰলৈ আহিলে। তেওঁ নবি বা গুৰু নহয়, তেওঁ স্বৰ্গদুত নহয়, তেওঁ সৰু দেৱতাৰ মাজত এজন নহয়। তেওঁ সঁচাকৈ স্বয়ং ঈশ্বৰ।

আপুনি ঈশ্বৰক জানে নে? আপুনি যীচু খ্ৰীষ্টৰ মহিমা আৰু সৌন্দৰ্য্য দেখিছা নে? দয়া আৰু সত্যতাৰ পূৰ্ণ, তেওঁৰ নিছিনা আন কোনো নাই।

যোহন ১:১৪ –সেই বাক্য মাংস হল, আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হে, আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ।