ঈশ্বৰ কোন হয় ? – পাঁচটা উত্তৰ

ঈশ্বৰ কোন হয় ? তেওঁ আমাৰ সৃষ্টিকৰ্তা, স্বৰ্গীয় পিতৃ, প্ৰভু, বিচাৰকৰ্তা, আৰু উদ্ধাৰকৰ্তা । তেওঁ সকলো বনালে । তেওঁ আমাক জানে আৰু আমাক মঙ্গলভাবেৰে লক্ষ্য কৰে । তেওঁ আমাৰ বাধ্যতা আৰু বিশ্বাসযোগ্যতা দাবী কৰে । তেওঁ সকলো পাপ ন্যায়তা আৰু ক্ষমতাৰে শাস্তি দিয়ে । যীচু খ্ৰীষ্ট তেওঁৰ এক মাত্ৰ পুত্ৰ । ঈশ্বৰে যীচুৰ আপোন বলিদানৰ দ্বাৰাই দোষী পাপীবোৰক নৰকত থকা তেওঁৰ ক্ৰোধৰ পৰা ৰক্ষা কৰে । তেওঁৰ গৌৰৱ হওক!

Download