ঈশ্বৰৰ আইনৰ অভিশাপৰ পৰা মুক্তি

যীচু খ্ৰীষ্টৱেআমাক উদ্ধাৰ কৰিবলৈ আহিছে। ইয়াৰ মানে কি? সকলো মানুহৰ বিপদ কি? মানৱ জাতিৰ মূল সমস্যা হ‘ল যে সিহঁত ঈশ্বৰ বিৰুদ্ধে বিদ্ৰোহী হয়, আৰু ‘আইনৰ অভিশাপ’ৰ তলত আহিছে – ঈশ্বৰৰ আইন। এই আইন ধাৰ্মিক, পবিত্ৰ, আৰু ভাল হয়, কিন্তু সেই কাৰণে আমাক মৃত্যু দণ্ড দিয়ে যেতিয়া আমি ঈশ্বৰক ঘিণ কৰোঁ আৰু তেওঁৰ বিদ্ৰোহী হওঁ। এটো ঈশ্বৰৰ আগত সকলোৰ অৱস্থা। সেই কাৰণে, আইনক সন্তোষ্ট কৰিবলৈ, খ্ৰীষ্ট মানুহ হৈ, ক্ৰোচত মৰি, মৃত্যু আৰু ধ্বংসৰ অভিশাপ নিজৰ উপৰত লৈছে। ইয়াতে ঈশ্বৰৰ প্ৰেম আৰু পৰিত্ৰাণ দেখা যায়। যি কাম আমাৰ বাবে অতি প্ৰয়োজন আছিলে, খ্ৰীষ্টৱে কৰিছিল। তেওঁ আইনৰ আশীৰ্ব্বাদ অৰ্জন কৰিলে, আৰু অইনৰ শাস্তি লৈ গৈছে। প্ৰভুৰ প্ৰশংসা হওঁক!

গালাতীয়া ৩:১৩-১৪ – অব্ৰাহামৰ আশীৰ্ব্বাদ যেন খ্ৰীষ্ট যীচুৰ দ্বাৰাই পৰজাতিবিলাকলৈ আহে, আৰু আমি যেন অঙ্গীকৃত আত্মা বিশ্বাসৰ দ্বাৰাই পাওঁ, এই কাৰণে খ্ৰীষ্টে বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে; তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হল; কিয়নো লিখা আছে, যি জনক কাঠত অৰা হয়, তেওঁ শাপগ্ৰস্ত