ঈশ্বৰৰ আইন – ৮ – চুৰ নকৰিবা

আন এটা আইন যে ঈশ্বৰে মানৱ জাতিক দিছিলে হ‘ল, ‘তুমি চুৰ নকৰিবা‘। মানুহে লোভৰ কাৰণে চুৰ কৰে। সিসঁতে গৌৰৱৰ কাৰণে, স্বাৰ্থপৰতাৰ কাৰণে, আৰু এই জগতক আৰু এই জগতৰ বস্তুক ভালপোৱাৰ কাৰণে চুৰ কৰে। মানুহে নিজ হাতেৰে কাম কৰাতকৈ আৰু অতিৰিক্ত থকা বস্তু আনৰ বাবে ভাগ দিয়াতকৈ চুৰ কৰিব পচন্দ কৰে।মানুহে যে ঈশ্বৰে সিসঁতৰ বাবে যোগাব বিশ্বাস কৰাতকৈ আনক চুৰ কৰাৰ দ্বাৰাই ক্ষতি কৰিব পচন্দ কৰে। আটাইতকৈ বেয়া চুৰ হ‘ল, ধৰ্ম্মীয় চুৰ। সিসঁতে পইচা পাবলৈ ধৰ্ম্ম কৰ্ম কৰে, নাইবা প্ৰাণ চুৰ কৰে। যীচুৱে ক‘লে, সকলোৱে যি মোৰ আগতে আহিছে (ভ্ৰান্তা ধৰ্মত বা ভ্ৰান্তা গুৰু হিচাপে) চুৰ আৰু ডকাইত, অৰ্থাত ঈশ্বৰৰ পৰা আৰু সত্যতাৰ পৰা মানুহক চুৰ কৰা। এই চুৰ কৰা পাপটো আৰু লোভ সকল মানুহৰ জীৱণত থাকে, আৰু সেই কাৰণে আমি সকলো খ্ৰীষ্টৰ তেজত ধৌত হব লাগে। খ্ৰীষ্টলৈ ধন্যবাদ হক, যি আমাক এই পাপৰ পৰা উদ্ধাৰ কৰিলে! তেওঁ আমাৰ অন্তৰ তেওঁৰ নিচিনা সলনি কৰিলে, যে আমি লোৱাতকৈ দিবলৈ পচন্দ কৰে। তেওঁ দুখিয়া হ‘ল যাতে আমি (আত্মিকবাৱে) ধনী হ‘ম।

মূল বাইবেল পদ হ‘ল – যাত্ৰাপুস্তক ২০:১৫

“তুমি চুৰ নকৰিবা।“