ঈশ্বৰৰ আইন -৭- ব্যভিচাৰ নকৰিবা

যীচুৱে ক‘লে যি কোনোৱে তিৰোতা মানুহলৈ কামাভিলাষেৰে চায়, সি তেতিয়াই অন্তৰত তাইৰ লগত ব্যভিচাৰ কৰিলে। সেয়ে সকল মানুহে এই আইন উলঙ্ঘন কৰিছিলে আৰু খ্ৰীষ্টৰ দ্বাৰা ক্ষমা পাব লাগে। ঈশ্বৰে অকল আমাৰ কাম বিচাৰ নকৰে, আন কি আমাৰ চিন্তা বিচাৰ কৰে। ঈশ্বৰৰ মহিমা দেখুৱাবৰ বাবে আমাক সৃষ্টি কৰা হ‘ল, কিন্তু মানুহে বিয়াৰ ভিতৰত থকা ঈশ্বৰৰ সৌন্দৰ্য্য বিক্ৰীত কৰি তুলে যাতে এইবোৰ স্বাৰ্থপৰ আৰু সাংসাৰিক হৈ যায়। খ্ৰীষ্ট প্ৰেমৰ মহা-উদাহৰণ হয় – নিজৰ জীৱনৰ ত্যাগ কৰোঁতে অস্বাৰ্থপৰভাৱে তেওঁৰ কইনাক প্ৰেম কৰিলৈ ।

মূল বাইবেল পদ হ‘ল – যাত্ৰাপুস্তক ২০:১৪ আৰু মথি ৫:২৮ ।

“তুমি ব্যভিচাৰ নকৰিবা।“

“কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।“