ঈশ্বৰৰ আইন – ৬ – নৰ-বধ নকৰিবা

সকল মানুহে জানে যে হত্যা কৰা মন্দ হয়, তথাপি আমাৰ পৃথিৱীত প্ৰতি দিনে হত্যা কৰা হয়। উদ্ধাৰ পোৱাৰ পুৰ্ব্বে সকলোৱে অন্তৰত হত্যাকাৰী হয় আৰু খুব সহজে সিহঁতৰ খং আৰু ঘিণ উঠে। মানহৰ ভিতৰত হত্যাৰকাৰীৰ সব্দ, হত্যাৰকাৰীৰ চিন্তা, আৰু হত্যাৰকাৰীৰ কাম আছে। আমি সকলোৱে পাপী আৰু আমাৰ বাবে খ্ৰীষ্টৰ জীৱন খুব প্ৰয়োজন। কেৱল খ্ৰীষ্টৱে খং-ভাবৰ পাপ আৰু হত্যা কৰাৰ পাপৰ পৰা আমাক মুক্ত কৰিব পাৰে আৰু আমাক প্ৰেম কৰিবলৈ শিকায় দিব পাৰে। আচলতে খ্ৰীষ্টান মানুহৰ আটাইতকৈ ডাঙৰ উদাহৰণ এই আইন নহয় – বৰঞ্চ যীচু খ্ৰীষ্টৰ জীৱনত থকা প্ৰেম, দয়া, আৰু অনুগ্ৰহ।

মূল বাইবেল পদ হ‘ল – যাত্ৰাপুস্তক ২০:১২ ।

তুমি নৰ-বধ নকৰিবা