ঈশ্বৰৰ আইন – ১০ – লোভ নকৰিবা

লোভ কৰাই হ‘ল ইচ্ছা কৰা। আনকি মানুহৰ হাতেৰে কোনো কাম কৰাৰ আগতে পাপ গভীৰ অন্তৰৰ ভিতৰত হয়। এই ঈশ্বৰৰ পৰা অহা আইন আমাক দিয়া হইছিলে যাতে আমি বুজোঁ যে বেয়া আৰু স্বাৰ্থপৰ ইচ্ছা আমাক এই জগতটোক প্ৰেম কৰি দিব আৰু ঈশ্বৰক অৱহেলা কৰি দিব। এজন মানুহে ঈশ্বৰক তেওঁৰ ধন-সম্পত্তি বুলি নুপোৱামানে সি সদায় এই জগতৰ পিছফালে দৌৰিব সাধাৰণ বস্তুৰ পৰা সুখ আৰু তৃপ্তি পাবলৈ। বাইবেলত থকা হেৰুৱা পুৰোহিত আৰু ফৰীচীৰ নিচিনা মানুহে মাঝে মাঝে জীৱনৰ বাহিৰ চাফা কৰিব, কিন্তু কোনে অন্তৰ আৰু অন্তৰৰ ইচ্ছা চাফা কৰি নিয়ন্ত্ৰণ কৰিব পাৰে?

তুমি এজন লোভীয়া মানুহে নে? তুমি এই ভ্ৰষ্ট জগতৰ আশীৰ্বাদ বিচাৰি আছা নে? কেৱল খ্ৰীষ্ট যীচুৱে তোমাৰ নিজৰ হৃদয়-দেৱপূজাৰ পৰা আৰু তোমাৰ নিজৰ বেয়াৰ ইচ্ছাৰ পৰা তোমাক উদ্ধাৰ কৰিব পাৰে। কেৱল খ্ৰীষ্ট যীচুৱে সঁচাকৈ আমাক তৃপ্ত কৰিব পাৰে আৰু মনৰ কামাভিলাষ আৰু শৰীৰৰ কামাভিলাষ শেষ কৰিব পাৰে।

 

যাত্ৰাপুস্তক ২০:১৭ –তুমি লোকৰ ঘৰলৈ লোভ নকৰিবা; লোকৰ তিৰোতা, বা বন্দী, বা বেটী, বা তেওঁৰ গৰু, বা তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।

কলচীয়া ৩:৫ – এতেকে তোমাকলোকে, পৃথিবীত থকা নিজ নিজ অঙ্গ-প্ৰতঙ্গস্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কুঅভিলাষ, আৰু লোভ, অৰ্থাত দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা,