সকলো ধৰ্ম একেই নে?

অসমত আৰু ভাৰতত এটো প্ৰায় শুনা যায় যে, “ভগৱান এটাই” বা “চব ধৰ্ম একেই”।এটো সঁচা নে? অৱশ্য সঁচা নহয়। অনেক গুৰুত্বপূ্ৰ্ণ কথাত সকল ধৰ্ম বহুত বেলেগ। আচলতে মানুহে এই কথা কয় কাৰণ সিসঁতে বেলেগ ধৰ্ম থকা সমাজত এটা মিছা সৃষ্টি কৰিব বিচাৰে। কিন্তু সত্যতা পোৱাৰ বাবে মানুহে ভুক লগা নাই আৰু মানুহে ঈশ্বৰক বিচৰা বা সন্ধান কৰা নাই। অকল যীচুৱে আমাক সঁচাকৈ ঈশ্বৰক দেখাই দিব পাৰে যিহেটো অকল তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হয়। অকল তেওঁৱে আমাক উদ্ধাৰ কৰিব পাৰে।

মূল বাইবেল পদ হ‘ল :

যোহন ১০:৮ – যিবোৰ মোৰ আগেয়ে আহিল, সেই আটাইবোৰ চোৰ আৰু ডকাইত…”

মথি ২৪:৪-৫ – তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক কলে, কোনেও যেন তোমালোকক নুভুলায়, তালৈ সাৱধান হোৱা। কিয়নো অনেকে মোৰ নামেৰে আহি, মই খ্ৰীষ্ট বুলি অনেকক ভুলাব।

যোহন ১৭:৩ – আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।