Home » প্ৰশ্ন

  • মিছা খ্ৰীষ্টান মানে কি ?

    মিছা খ্ৰীষ্টান মানে কি ?

    বহুত মানুহে নিজকে খ্ৰীষ্টান বুলি মাতে আৰে নিজকে উদ্ধাৰ পোৱা বুলি ভাৱে যেতিয়া আচল অৱস্থা মিছা হয়। মিছা খ্ৰীষ্টান কি হয়? ইয়াৰ অৰ্থ হ’ল যাৰ জীৱন-যাপনটো বাইবেলৰ লগত নিমিলাই। সিসঁতে ঈশ্বৰক বিশ্বাস কৰোঁ বুলি কয় কিন্তু সিসঁতৰ কাৰ্য্যবোৰ নিমিলাই। মিছা খ্ৰীষ্টানবোৰে বাইবেল প্ৰায় নপঢ়ে আৰু বাইবেলখন সিসঁতৰ মনত আমনি লগা বা ‘বৰিং’ লগা। সিসঁতে হেৰুৱা মানুহৰ কাৰণে প্ৰাৰ্থনা নকৰে আৰু পবিত্ৰতাত বৃদ্ধি পাবলৈ কেৰেপ নকৰে। দেওবাৰত চাৰ্চলৈ গ’লেও বা দিঙিত ক্ৰোচৰ মালা পিন্ধিলেও, সিসঁতে পুৰণা বন্ধুৰ লগত লেতেৰা  ফুচুৰি কয় […]

  • অশ্লীল ছবি পাপ হয় নে ?

    অশ্লীল ছবি পাপ হয় নে ?

    আজিকালি বহুত মানুহে ছিনেমা দোকানত, মবাইলত, বা কম্পুতৰত অশ্লীল ছবি আৰু পৰ্ন ফিল্ম চায়। আৰু মানুহৰ মন যৌনতাপূৰ্ণ হয় গ’ল। আনকি বস্তুবিলাক আদ্ভেৰটাইজ কৰিবলৈ মানুহ আধানগ্ন মাইকি চাইন-বৰ্ডত লগাই দিয়ে। এটো ঠিক কাম নে পাপ কাম? যীচুৱে ক’লে – যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।“ – মই আৰু কি কম? এইটো স্পষ্ট। যৌন চিন্তা পাপ হয়, ব্যভিচাৰ হয়। তুমি যদি মনত কৰা পাপী হ’বা। আৰু যীচুৱে আমাক সতৰ্ক কৰিলে এইদৰে – “যদি তোমাৰ […]

  • ক্যাথলিক মানুহে খ্ৰীষ্টক অনুসৰণ কৰে নে?

    ক্যাথলিক মানুহে খ্ৰীষ্টক অনুসৰণ কৰে নে?

    ভাৰতত আৰু অসমত বহুত জনাজাত আৰু জনপ্ৰিয় ক্যাথলিক স্কুল থাকে। কিন্তু দুৰ্ভাগ্য কথাটো হ‘ল যে বেচিভাগ মানুহে গম নাপায় যে অনেক আগে এই ক্যাথলিক মানুহে শাস্ত্ৰত প্ৰকাশিত যি সত্য খ্ৰীষ্টক ত্যাগ কৰিলে। কেটা কাৰণৰ বাবে আমি জানো যে সিহঁতে এতিয়া খ্ৰীষ্টক অনুসৰণ কৰা নাই আৰু আচল বিশ্বাসকাৰী নহয়, যেনে – সিহঁতে বাইবেলত বহুত শিক্ষা যোগ কৰে, সিহঁতে পোপক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পদ দিয়ে, সিহঁতৰ আৰাধনা আৰু বিশ্বাস মৰিয়মক দিয়ে, সিহঁতে নিজৰ গিৰ্জা ঘৰ মুৰ্তি আৰু চবিৰে পূৰ্ণ কৰে, আৰু সিহঁতে […]

  •  
  • পূনৰ্জন্ম আচল হয় নে?

    পূনৰ্জন্ম আচল হয় নে?

    হিন্দু মানুহে সিক্ষা পায় যে এই জীৱনৰ পিছত সিহঁতে আন এটা জীৱন পাব আৰু আকৌ নতুনকৈ সকলো আৰম্ভ কৰিব। এটো এটা পুৰণি মিছা কথা আৰু মানুহক নিজৰ জীৱন আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব নিদিবলৈ সহায় কৰে। এটো এটা সুবিধাজনক বাহানা যাতে আমি পাপত আমাৰ জীৱন অৱহেলা কৰোঁ। কিন্তু ঈশ্বৰে কয়, মানুহে এবাৰ জীয়ে আৰু মৰে, তাৰ পিছত বিচাৰ হ’ব। অনন্তকাললৈকে ভাৱা। তোমাৰ ঈশ্বৰ আৰু সৃষ্টিকৰ্তাক লগ পাবলৈ প্ৰস্তুত হোৱা। তোমাৰ জীৱন বহুমূলীয়া।

  • ঈশ্বৰে ন্যায় শাষ্টি নিদিয়াকৈ ক্ষমা কৰিব পাৰে নে?

    ঈশ্বৰে ন্যায় শাষ্টি নিদিয়াকৈ ক্ষমা কৰিব পাৰে নে?

    বহুত মানুহে স্বীকাৰ কৰিব যে সিহঁতৰ জীৱনত অলপ-চলপ পাপ আছে, কিন্তু সিসঁতে ভাবে যে ঈশ্বৰে সহজে ক্ষমা কৰিব। বিশেষকে মুছলমানবোৰে এই ভুল কৰি ভাবে যে যিহেতো ঈশ্বৰ দয়ামৰ হয়, তেনেহলে তেওঁ নিশ্চয়ে অপৰাধবিলাক এনে মাফ কৰিব। ঈশ্বৰৰ বাক্য ইয়াকে সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰি দেখাই যে ঈশ্বৰ দয়াময় আৰু কৃপাময় হলেও, তেওঁ পবিত্ৰ আৰু ধাৰ্মিক হোৱাৰ বাবে তেওঁ পাপ সাশ্তি দিবই লাগিব। অকল খ্ৰীষ্টানবোৰে হঁচাকৈ ঈশ্বৰৰ ক্ষমা কৰাত ন্যায়তা সন্মান কৰে, কাৰণ সি জানে আৰু বিশ্বাস কৰে যে তাৰ সাশ্তি পোৱাৰ যোগ্য […]

  • সকলো ধৰ্ম একেই নে?

    সকলো ধৰ্ম একেই নে?

    অসমত আৰু ভাৰতত এটো প্ৰায় শুনা যায় যে, “ভগৱান এটাই” বা “চব ধৰ্ম একেই”।এটো সঁচা নে? অৱশ্য সঁচা নহয়। অনেক গুৰুত্বপূ্ৰ্ণ কথাত সকল ধৰ্ম বহুত বেলেগ। আচলতে মানুহে এই কথা কয় কাৰণ সিসঁতে বেলেগ ধৰ্ম থকা সমাজত এটা মিছা সৃষ্টি কৰিব বিচাৰে। কিন্তু সত্যতা পোৱাৰ বাবে মানুহে ভুক লগা নাই আৰু মানুহে ঈশ্বৰক বিচৰা বা সন্ধান কৰা নাই। অকল যীচুৱে আমাক সঁচাকৈ ঈশ্বৰক দেখাই দিব পাৰে যিহেটো অকল তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হয়। অকল তেওঁৱে আমাক উদ্ধাৰ কৰিব পাৰে। মূল […]

  •