Home » প্রচাৰ (Page 3)

  • যোহন ২ – তেওঁৰ তেজৰ সুৰা

    যোহন ২ – তেওঁৰ তেজৰ সুৰা

    যাতে তেওঁৰ মহিমা দেখা যাব যীচুৱে সুৰা হৈ যোৱা পানীটো তেওঁৰ প্ৰথম আচৰিত কাৰ্য্য বোলি কিয় বাছি ল‘লে? আৰু বিয়াৰ সময়ত কিয়? দ্ৰাক্ষাৰস বা সুৰা কিয়? তেওঁ ক‘লে ‘মোৰ সময় নৈ হয়’ কিন্তু ঠিক তাৰ পিছত এই আচৰিত কাৰ্য্য কৰিলে কিয়? উত্তৰ হ‘ল যে শুভবাৰ্তাৰ বিষয়টো তেওঁৰ মনত সোমাইছে, আমাৰ উদ্ধাৰ তেওঁৰ তেজৰ দ্বাৰাই। যেনেকৈ পিছত তেওঁ ৫০০০ মান মানুহক ৰুটিৰে খোৱাব যি তেওঁ ক‘ব তেওঁৰ মাংস আচিল, তেনেকৈ এই চিন ঘঠিছিলে। তেওঁৱে এটা ডাঙৰ দলক বহুতো সুৰা দিয়ে, কাৰণ […]

  • স্বৰ্গৰ তলত আন কোনো নাম নাই

    স্বৰ্গৰ তলত আন কোনো নাম নাই

    জগতত বহুত মানুহে বিশ্বাস কৰে যে সকল ধৰ্ম আমাক ঈশ্বৰলৈ ল‘ব পাৰে। এই কথাসঁচা নে? এটো সঁচা নে, যে সকল ধৰ্মৰ দেৱতাত আমি পাপৰ পৰা মুক্তি পাব পাৰোঁ? খ্ৰীষ্টানবোৰে বিশ্বাস কৰে আৰু শিক্ষা দিয়ে যে যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাৰপাপৰ পৰা আমি উদ্ধাৰ পাওঁ – আৰু অকল সেয়ে নহয়, কিন্তু বাইবেলো সিক্ষা দিয়েযে কেৱল যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাৰ পাপৰ পৰা আমি উদ্ধাৰ পাম। আমি নিজকেউদ্ধাৰ কৰিব নোৱাৰো, আৰু অন্য দেৱতা বা গুৰু বা পথ প্ৰদৰ্শক যি আহিছিলেনোৱাৰে। বাইবেল এইবোৰ কয় নে? […]

  • যোহন ১ – যীচুৱে মাতিছে

    যোহন ১ – যীচুৱে মাতিছে

    যীচুৱে দুইটা শব্দ বাৰে বাৰে কয় – ‘আহাঁ,’ আৰু‘মোৰ পাছে পাছে আহাঁ।’ এই নিমন্ত্ৰণ সকলোৰ কাৰণে আজিও ৰৈ আছে যাৰ ইচ্ছা হ‘ল ঈশ্বৰৰ লগত সহভাগীতাত জীৱন যাপন কৰিবলৈ আৰু তেওঁৰ ইচ্ছাত বাধ্য হ‘বলৈ। এই শব্দবোৰ মৰা আৰু পৃষ্ঠাত থকা শব্দবোৰ নহয়, যে মাথোন হাজাৰ বছৰ আগত লিখা হৈছিল। এইবোৰ জীৱন্ত শব্দ যে প্ৰভুৱে সকলো মানুহক কয়। আপোনাৰ জীৱন হাৰক তেহেঁ সেইটো পাব। খ্ৰীষ্টক অনুসৰণ কৰক আৰু আপুনি আন্ধাৰত নাথাকিব। যাৰ দ্বাৰাই তেওঁৰ ওচৰলৈ আমি আহোঁ আৰু তেওঁক অনুসৰণ কৰোঁ হ‘ল […]

  •  
  • যোহন ১ – যীচু ঈশ্বৰৰ মেৰ পোৱালি হয়

    যোহন ১ – যীচু ঈশ্বৰৰ মেৰ পোৱালি হয়

    এই জগতৰ পাপ ইমান বেছি আৰু খুব ক‘লা হয়। এইবোৰক কি বস্তু ধোব পাৰিব? কেৱল যীচু, ঈশ্বৰৰ পুত্ৰৰ তেজ… তেওঁ আমাৰ পাপৰ বাবে সত্য প্ৰায়শ্চিত্ত হয়। তেওঁ আমাক ক্ষমা আৰু ঈশ্বৰৰ লগত থকা শান্তি দিয়ে। আপুনি যদি তেওঁক ‘চায়’, তেওঁ আপোনাৰ সকল পাপ নিব পাৰে। খ্ৰীষ্টলৈ চাওঁক আৰু বিনেমূল্যেভাৱে উদ্ধাৰ পাব। যোহন ১:৩০ – জগতৰ পাপ নিওঁতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা!

  • যোহন ১ – যীচু ঈশ্বৰৰ বাক্য হয়

    যোহন ১ – যীচু ঈশ্বৰৰ বাক্য হয়

    বহুত কিছু নজনা ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু ঈশ্বৰক নজানিলে হ‘ল আমাৰ সত্য জীৱনৰ পৰা আৰু আচল উদ্দেশ্যৰ পৰা আঁতৰ হৈ থকা। কেৱল যীচু খ্ৰীষ্টৱে যাক ঈশ্বৰ হয় আমাক দেখায় দিব পাৰে, কাৰণ অকল তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰ হয়, ঈশ্বৰৰ পুত্ৰ। তেওঁ মানুহ হয় গল আৰু আমাৰ উচৰলৈ আহিলে। তেওঁ নবি বা গুৰু নহয়, তেওঁ স্বৰ্গদুত নহয়, তেওঁ সৰু দেৱতাৰ মাজত এজন নহয়। তেওঁ সঁচাকৈ স্বয়ং ঈশ্বৰ। আপুনি ঈশ্বৰক জানে নে? আপুনি যীচু খ্ৰীষ্টৰ মহিমা আৰু সৌন্দৰ্য্য দেখিছা নে? দয়া আৰু সত্যতাৰ […]

  • আত্মাৰ ফল – শান্তি

    আত্মাৰ ফল – শান্তি

    এই জগতৰ শান্তি ঈশ্বৰৰ পৰা নহয়, আৰু সেই কাৰণে আমাৰ বেলেগ পৰিস্থিতিবোৰত কমি আৰু বাঢ়ি যায়। সকলোৰ বাবে যি প্ৰয়জনীয় হয় – সত্য শান্তি, কেৱল পবিত্ৰ আত্মাৰ কামত পোৱা যায়, যেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বিষয় আমাৰ অন্তৰত লগায়। ক্ৰুচত পাপৰ ক্ষমা আৰু ঈশ্বৰৰ লগত মিলন হোৱা খ্ৰীষ্টৱে কিনিলে। যেতিয়া সকল পাপৰ শক্তিবোৰৰ পৰা আৰু মন্দৰ পৰা আমি খ্ৰীষ্টৰ কাৰণে উদ্ধাৰ পাওঁ, তেতিয়া শান্তি বাস্তবিকভাবে আৰম্ভ কৰে। ঈশ্বৰৰ লগত তোমাৰ শান্তি আছে নে? সঁচাকৈ আছে যদি, সেইটো তোমাৰ সাধাৰণ জীৱন-যাপন […]

  •  
  • আত্মাৰ ফল – আনন্দ

    আত্মাৰ ফল – আনন্দ

    ঈশ্বৰে নিজে যি আছে আৰু নিজে যি কৰে, তেওঁৱে এই কথাত আনন্দ পায়, আৰু সেই কাৰণে যেতিয়া এজন বিশ্বাসকাৰীৰ নতুন জন্ম হয়, সিও প্ৰভুত আনন্দ পাব। এটো পবিত্ৰ আত্মাৰ কাম – যে আমি জগতত আনন্দ আৰু সুখ নাপাওঁ কিন্তু ঈশ্বৰৰ পৰিচয়ত আৰু তেওঁৰ সৃষ্টি আৰু মুক্তিৰ মহা কাৰ্য্যত। এজন দুখী মন-মৰা খ্ৰীষ্টান পবিত্ৰ খ্ৰীষ্টান বোলি হ‘ব নোৱাৰে, কাৰণ পবিত্ৰতাৰ এবিধ অৰ্থ হ‘ল প্ৰভুত সুখী থকা। তুমি নো সুখী নে? তুমি ঈশ্বৰৰ প্ৰেমত আৰু মহিমাত সন্তুষ্ট নে? তেওঁৰ কাম আৰু পথ তোমাক […]

  • আত্মাৰ ফল – প্ৰেম

    আত্মাৰ ফল – প্ৰেম

    যেতিয়া এজনক খ্ৰীষ্টৰ দ্বাৰাই শুচি কৰা হয়, ঈশ্বৰৰ লগত হোৱা সহভাগিতা আৰম্ভ কৰি পবিত্ৰ আত্মাই আহি সিহঁতত বাস কৰে। আমাৰ অন্তৰত পবিত্ৰ আত্মাৰ উপস্থিতিয়ে পবিত্ৰতা উৎপন্ন কৰে। ইয়াত যি ঈশ্বৰৰ দৃষ্টিত বাস্তৱিক মিঠা ফল হয়, ঈশ্বৰে আমাক বুজাইছে। আমাৰ পৰিচাৰ্য্য-কৰ্মলৈ তেওঁ ইমান গুৰুত্ব বোলি নাভাবে, কিন্তু আমাৰ অন্তৰৰ গভিৰত থকা ভাব-ভংগী আৰু ব্যৱহাৰ, যেনে প্ৰেম, আনন্দ, শান্তি, ইত্যাদি, তেওঁ গুৰুত্ব বোলি ভাবে। সকলো গুণৰ ভিতৰত প্ৰেম প্ৰধান হয়। ঈশ্বৰ প্ৰেম হয়, আৰু যাতে আমি তেওঁৰ প্ৰতি আৰু মানুহৰ প্ৰতি প্ৰেম […]

  • ঈশ্বৰৰ আইনৰ অভিশাপৰ পৰা মুক্তি

    ঈশ্বৰৰ আইনৰ অভিশাপৰ পৰা মুক্তি

    যীচু খ্ৰীষ্টৱেআমাক উদ্ধাৰ কৰিবলৈ আহিছে। ইয়াৰ মানে কি? সকলো মানুহৰ বিপদ কি? মানৱ জাতিৰ মূল সমস্যা হ‘ল যে সিহঁত ঈশ্বৰ বিৰুদ্ধে বিদ্ৰোহী হয়, আৰু ‘আইনৰ অভিশাপ’ৰ তলত আহিছে – ঈশ্বৰৰ আইন। এই আইন ধাৰ্মিক, পবিত্ৰ, আৰু ভাল হয়, কিন্তু সেই কাৰণে আমাক মৃত্যু দণ্ড দিয়ে যেতিয়া আমি ঈশ্বৰক ঘিণ কৰোঁ আৰু তেওঁৰ বিদ্ৰোহী হওঁ। এটো ঈশ্বৰৰ আগত সকলোৰ অৱস্থা। সেই কাৰণে, আইনক সন্তোষ্ট কৰিবলৈ, খ্ৰীষ্ট মানুহ হৈ, ক্ৰোচত মৰি, মৃত্যু আৰু ধ্বংসৰ অভিশাপ নিজৰ উপৰত লৈছে। ইয়াতে ঈশ্বৰৰ প্ৰেম আৰু […]

  •  
  • ঈশ্বৰৰ আইন – ১০ – লোভ নকৰিবা

    ঈশ্বৰৰ আইন – ১০ – লোভ নকৰিবা

    লোভ কৰাই হ‘ল ইচ্ছা কৰা। আনকি মানুহৰ হাতেৰে কোনো কাম কৰাৰ আগতে পাপ গভীৰ অন্তৰৰ ভিতৰত হয়। এই ঈশ্বৰৰ পৰা অহা আইন আমাক দিয়া হইছিলে যাতে আমি বুজোঁ যে বেয়া আৰু স্বাৰ্থপৰ ইচ্ছা আমাক এই জগতটোক প্ৰেম কৰি দিব আৰু ঈশ্বৰক অৱহেলা কৰি দিব। এজন মানুহে ঈশ্বৰক তেওঁৰ ধন-সম্পত্তি বুলি নুপোৱামানে সি সদায় এই জগতৰ পিছফালে দৌৰিব সাধাৰণ বস্তুৰ পৰা সুখ আৰু তৃপ্তি পাবলৈ। বাইবেলত থকা হেৰুৱা পুৰোহিত আৰু ফৰীচীৰ নিচিনা মানুহে মাঝে মাঝে জীৱনৰ বাহিৰ চাফা কৰিব, কিন্তু কোনে […]