বাইবেল

অন-লাইন অসমীয়া বাইবেল শুনিবলৈ আমি এটা বিনামূল্য ৱেবচাইটৰ পৃষ্ঠা এম্বেদ কৰি দিছো। এই ৱেবচাইটৰ নাম হ’ল ‘talkingbibles.org’। এই সাধনৰ কাৰণে প্ৰভুৰ স্তুতি হ’ক। http://listen.talkingbibles.org/en/language/asm/

যাৰ ইচ্ছা আছে পঢ়িবলৈ, আমি বিনামুল্যেৰে এখন অসমীয়া নতুন নিয়ম বা বাইবেল প্ৰস্তাৱ দি আছোঁ। আমি আশা কৰোঁ যে এদিন অসমীয়া বাইবেলটো ডিজিটাল অৱস্থাকৈ ইন্টাৰ্নেত পোৱা যাব, ঠিক ইংৰাজি বাইবেলৰ নিছিনা (www.biblegateway.com)। কিন্তু আজিৰ কাৰণে, আপোনাক যদি এখন বাইবেল লাগে আমি আপোনাৰ বাবে এখন পঠাই দিম। আমাৰ এক মাত্ৰ চৰ্ত্ত হ’ল যে আপুনি সঁচাকৈ প্ৰতিশ্ৰুতি ল’ব ব্যাৱহৰ কৰিবলৈ আৰু পঢ়িবলৈ। আমাক ই-মেইল কৰিবলৈ আৰু এখন বাইবেল খুজিবলৈ আমাৰ ‘যোগাযোগ’ পেইজ ব্যাৱহৰ কৰিব চোন (যোগাযোগ)। আৰু কথা পাতিবলৈ আৰু পঠাই দিবলৈ আপোনাৰ যোগাযোগৰ বা ঠিকনাৰ বিস্তাৰিত জনাব চোন।

bible