অশ্লীল ছবি পাপ হয় নে ?

আজিকালি বহুত মানুহে ছিনেমা দোকানত, মবাইলত, বা কম্পুতৰত অশ্লীল ছবি আৰু পৰ্ন ফিল্ম চায়। আৰু মানুহৰ মন যৌনতাপূৰ্ণ হয় গ’ল। আনকি বস্তুবিলাক আদ্ভেৰটাইজ কৰিবলৈ মানুহ আধানগ্ন মাইকি চাইন-বৰ্ডত লগাই দিয়ে। এটো ঠিক কাম নে পাপ কাম?

যীচুৱে ক’লে – যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে। – মই আৰু কি কম? এইটো স্পষ্ট। যৌন চিন্তা পাপ হয়, ব্যভিচাৰ হয়। তুমি যদি মনত কৰা পাপী হ’বা। আৰু যীচুৱে আমাক সতৰ্ক কৰিলে এইদৰে – “যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাঢ়ি তোমাৰ পৰা পেলাই দিয়া, কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।” – মানে কি? তুমি যদি কৰা, নৰকলৈ যাব শেষত। তোমাক নৰকত পেলোৱা হ’ব। ঈশৰে অশ্লীল ছবি ঘিন কৰে।

কিন্তু কিয়? মই ক’ব নালাগে কাৰণ সকলোৰ বিবেক আছে, কিন্তু সহায় দিবলৈ মই তিনিতা কাৰণ ক’ম।

প্ৰথমে, এই অন্যাই কাম বিয়াৰ সৌন্দৰ্য্যবোৰ নষ্ট কৰে। বিয়া মানে কি? এজন মানুহ, এজন মাইকী প্ৰাপ্ত সময়ৰ বাবে ৰখি থকা আৰু যেতিয়া প্ৰস্তুত, সকলোৰ আগত শপত খাই সদায়ৰ বাবে পৰাস্পৰক প্ৰেম কৰা আৰু বিশ্বস্তা থকা। এইটো গোটে জীৱনৰ কথা। অশ্লীল ছবি ঈশ্বৰৰ পৱিত্ৰ সৃষ্টি নষ্ট কৰে। অন্যজনৰ বাবে যৌন চিন্তা ৰখা বিশ্বস্ততা ধ্বংস কৰিব।

দুই নম্বাৰ কাৰণটো হ’ল – অশ্লীল ছবি আমাক স্বাৰ্থপৰ হ’বলৈ দিয়ে। এই ছবিা আৰু কামাবিলাষ মাইকী মানুহৰ মন-প্ৰাণ সন্মান নকৰে, অকল সিহঁতৰ দেহ, শৰীৰটো। যেতিয়া মানুহে এনে দৰে ব্যৱহাৰ কৰে সিহঁতৰ স্বাৰ্থপৰতা বাঢ়িছে।

শেষৰ কাৰণটো এই – সৰু বীজ হওক বা দাঙৰ গছৰ ফল হওক, পাপ তো পাপ, আৰু ঈশ্বৰে আমাৰ অন্তৰত থকা বেয়া চিন্তা চায়। অনকি যেতিয়া আমি অকলে থাকি আছোঁ, ঈশ্বৰৰ চকু আমাক চায়। চয়তান সৰু বীজৰ নিচিনা আমাক ধুনীয়াকৈ যৌন বস্তু দেখাব কিন্তু মানুহে নুবুজে শেষৰ ফলটো কি হ’ব। প্ৰত্যেক পাপ সৰুকৈ আৰম্ভ কৰে। কিন্তু চয়তানে মাইকীৰ চকুলো নেদেখায়। গৰ্ভপাঠ, দেহব্যাৱশায়, সমকামিতা, দৰ্ষণ, তালাক, চাইল্ড ট্ৰাফিক্কিং সি নেদেখায়। ডাঙৰ ফলৰ সমানকৈ ঈশ্বৰে পাপৰ বীজ ঘিণ কৰে।

মই ক’ম যে আপুনি যদি নিয়মিকবাৱে অশ্লীল ছবি চাই আছে, আপুনি চয়তানৰ বন্ধী। নামত আৰু পৰিয়ালত খ্ৰীষ্টান হ’লেও, আপুনি সঁচা খ্ৰীষ্টান নহয় আৰু অনুতাপ্ত নোহোৱামানে আপুনি স্বৰ্গলৈ যাব নোৱাৰে। আপোনাক কামাবিলাষৰ পৰা মুক্তি খুব লাগে। সকলো মানুহ যীচুৰ পৰা ক্ষমা পাব পাৰে, কিন্তু যদি সঁচাকৈ পাওঁ আমাৰ অভ্যাশ আৰু চিন্তাক চাফা কৰা হ’ব তেওঁৰ পৱিত্ৰ আত্মাৰ দ্বাৰাই। খ্ৰীষ্টলৈ দৌৰিব লাগিব

মথি ৫:২৮-২৯ – “যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে। যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাঢ়ি তোমাৰ পৰা পেলাই দিয়া, কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।”