যীচুৰ সৰু হোৱা আৰু ওখ পদ পোৱা

বাইবেলে আমাক কয় যে যীচু খ্ৰীষ্ট সম্পূৰ্ণকৈ ঈশ্বৰ। তেওঁ অনন্তকালৰ পৰাই স্বৰ্গত থাকি, পদত, শক্তিত, আৰু পৱিত্ৰতাত তেওঁৰ পিতৃ ঈশ্বৰৰ লগত সমান। তথাপিও মানৱৰ প্ৰতি তেওঁৰ প্ৰেমৰ কাৰণে, তেওঁ নিজে ইচ্ছা কৰি নিজক নম্ৰ কৰিলে, আৰু মানুহ হৈ গৈ পৃথিৱীলৈ আহি, পাপীৰ মাজত থাকি, শেষত আমাৰ পাপবোৰৰ পৰিশোধ কৰিবলৈ এটা লাজ্জাজনক মৃত্যু বৰণ কৰিলে। তেওঁ সকলোতকৈ ওপৰত থকা পদৰ পৰা সকলোতকৈ তলত থকা পদলৈ নামিলে। কিন্তু কাহিনীটো তাত শেষ হোৱা নাই। বাইবেলে আমাক এইতোও কয়, যে যীচু এতিয়া জীৱিত হৈ […]