মানুহে কেনেকৈ ঈশ্বৰৰ ওচৰ পাব পাৰে?

আপুনি কেতিয়াও ভাবিছে নে?: “ঈশ্বৰ কিয় ইমান দুৰত যেন লাগে?” ইয়াৰ এটা কাৰণ আছে: বাইবেলে আমাক শিকায় যে সকলো মানুহ জন্মৰ পৰা নিজৰ নিজৰ পাপৰ কাৰণে ঈশ্বৰৰ পৰা প্ৰিথক হৈছে। মানুহে ঈশ্বৰক নাজানে। সিহঁতে তেওঁক নামানে, আৰু প্ৰেমো নকৰে। আমাৰ অন্তৰত আৰু জিৱনত থকা পাপ এটা বৰ ডাঙৰ মানুহে পাৰ কৰিব নপৰা শিলৰ নিচিনা, যোনটোৱে আমি আৰু আমাৰ পৱিত্ৰ সৃষ্টিকৰ্তাৰ মাজত থকা বাটটো বন্ধ কৰে। পাপে আমাক ঈশ্বৰৰ পৰা প্ৰিথক কৰে, আৰু পাপৰ কাৰণে ঈশ্বৰে আমাক শাষ্টিও দিব লাগিব। আমি […]