Home » 2015 » August

  • যোহন ৮ – ক্ৰুচৰ পৰা পোহৰ

    যোহন ৮ – ক্ৰুচৰ পৰা পোহৰ

    যীচুৱে ক‘লে, “মই জগতৰ পোহৰ ।” আৰু ক’লে  যে তেওঁৰ মৃ্ত্যুৰ সময়ত মানুহে তেওঁৰ পৰিচয় সঁচাকৈ জানিব। ক্ৰুচতেই আমি ঈশ্বৰৰ সত্যতা দেখা আৰু পাপ, মৃত্যু, আৰু বিচাৰৰ পৰা সাৰি যোৱাৰ পথটো দেখিবলৈ সহায় পাওঁ । আজিলৈকে তেওঁৰ ক্ৰুচ আন্ধাৰত থকা মানুহবিলাকৰ বাবে  দীপ্তিময় হৈ থাকে , যাতে সিহঁতে প্ৰকৃত আশা আৰু পৰিত্ৰাণ পায়। ক্ৰুচত কি হ‘ল ? আমি চাৰিটা আচৰিত ঘটনা দেখা পাওঁ : আকাশত হোৱা অন্ধকাৰ , তেওঁৰ ক্ৰুচৰ পৰা হোৱা দুটা ডাঙৰ ঘোষণা, আৰু সেই আঁৰ-কাপোৰ দুছিটা হোৱা […]

  • যোহন ৮ – পাপত ধৰা পৰা

    যোহন ৮ – পাপত ধৰা পৰা

    এই পাপত ধৰা পৰা তিৰোতাৰ কাহিনীক লৈ এটা কঠিন প্ৰশ্ন আছে, ই হ‘ল যে এই কাহিনী যোহনে লিখা শুভবাৰ্তাৰ ভিতৰত প্ৰথমে আছিলে নে নাই । তথাপি এই কাহিনী যীচুৰ গোটেই চৰিত্ৰ আৰু শিক্ষাৰ লগত মিলে– বিশেষকৈ পৰৰ পাপলৈ নাচাই  আমাৰ নিজৰ পাপ চাবলৈ যীচুৰ যি শিক্ষা। আৰু ই আমাক সোঁৱৰাই খ্ৰীষ্টৰ প্ৰেম আৰু ক্ষমাৰ বিষয়ে, আনকি আটাইতকৈ দোষী মানুহলৈ যি পাপত ধৰা পৰিল। যোহন ৮:১১ – “… তাতে যীচুৱে কলে, ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা আৰু পাপ নকৰিবা ।”