যোহন ৭ – জীৱনময় পানীৰ নইবোৰ

ইয়াত সকলো বিশ্বাসকাৰীৰ বাবে পবিত্ৰ আত্মাৰ উপচি পৰা আশীৰ্ৱাদটো পাবলৈ এটা প্ৰতিজ্ঞা আছে । সঁচাকৈ আত্মাৰে পৰিপূৰ্ণ হোৱাটো মানে কি ? আত্মাৰে পৰিপূৰ্ণ হোৱাটো কেৱল সেৱাকাৰ্য্যৰ শক্তি বা অলৌকিক শক্তি নহয় । তাতকৈ গভীৰ অৰ্থ আছে । তেওঁ সত্যৰ আত্মা বুলি কোৱা হয় , কাৰণ তেওঁৰ কাম হ‘ল যীচুক সত্যৰ দ্বাৰাই প্ৰকাশ কৰি মহিমান্বিত কৰা । যীচুৰ সত্যতা আৰু গভীৰকৈ গম পোৱা আৰু তেওঁ লগত সহভাগীতা পোৱা হ‘ল আমাৰ পিয়াহ লগা প্ৰাণবোৰৰ বাবে সন্তোষজনক পানী। যোহন ৭:৩৭-৩৯ – “পাছে পৰ্ব্বৰ […]