Home » 2015 » March

  • যোহন ৭ – পাপ

    যোহন ৭ – পাপ

    যে সকলো মানুহ গোটেই পৃথিবীত পাপী আৰু মন্দ হয় – এই শিক্ষা দিয়াৰ বাবে মানুহে যীচুক বধ কৰিব খোজিলে । দুৰ্ভাগ্যক্ৰমে আজিকালি যদি কোনোবাই এই একেই টান বাৰ্তাটো প্ৰচাৰ কৰিলে বেছিভাগ মৃত মন্দলিয়ে তাক খেদাই দিব । কিন্তু যীচুৰ কথা ঠিক হয় ! হয় নে ?! বেছিভাগ মানুহে বাহ্যিকভাৱে নিজকে ভাল বুলি দেখায় । কিন্তু আপুনি গম পাইছে নে, যে আপুনি ঠগ, হত্যাকাৰী, আৰু বলাতকাৰীৰ সমানে মন্দ হয় ? যে ঈশ্বৰৰ ৰাজ্যত আপুনি ঠিক সিসঁতৰ সমানে এজন অপৰাধী গম পাইছে […]

  • যোহন ৬ – ঈশ্বৰৰ সাৰ্বভৌমত্ব

    যোহন ৬ – ঈশ্বৰৰ সাৰ্বভৌমত্ব

    ঈশ্বৰৰ সাৰ্বভৌমত্বৰ অৰ্থ হ‘ল, যে তেওঁ সকলো নিয়ন্ত্ৰণ কৰে, ঠিক এজন ৰজা আৰু তেওঁৰ ৰাজ্যৰ দৰে। আন কি পৰিত্ৰাণৰ ক্ষেত্ৰত ই সত্য হয়। অৱশেষত যি যোনে উদ্ধাৰ পাব ঈশ্বৰে বাছি ল‘ব, আৰু এই নিৰ্বাচন কেৱল বিনামূলীয়া দয়াৰ কাৰণে হয়। ঈশ্বৰে হেৰুৱা মানুহক খ্ৰীষ্টলৈ অহাৰ ক্ষমতা দিবই লাগিব, নহ‘লে সিহঁতে কেতিয়াও নাহিব! অন্তৰত সকল মানুহ সম্পূৰ্ণৰূপে ভ্ৰষ্টাচাৰী আৰু পাপিষ্ঠ। নিজৰ ইচ্ছাৰ দ্বাৰাই যদি হয়, এই অধ্যায়ত থকা যিহোদী মানুহৰ দৰে সিহঁতে খ্ৰীষ্টক অগ্ৰাহ্য কৰিব। কিন্তু যেতিয়া ঈশ্বৰে অনুগ্ৰহ দি মানুহৰ অন্তৰত […]

  • ঈশ্বৰ কোন হয় ? – পাঁচটা উত্তৰ

    ঈশ্বৰ কোন হয় ? – পাঁচটা উত্তৰ

    ঈশ্বৰ কোন হয় ? তেওঁ আমাৰ সৃষ্টিকৰ্তা, স্বৰ্গীয় পিতৃ, প্ৰভু, বিচাৰকৰ্তা, আৰু উদ্ধাৰকৰ্তা । তেওঁ সকলো বনালে । তেওঁ আমাক জানে আৰু আমাক মঙ্গলভাবেৰে লক্ষ্য কৰে । তেওঁ আমাৰ বাধ্যতা আৰু বিশ্বাসযোগ্যতা দাবী কৰে । তেওঁ সকলো পাপ ন্যায়তা আৰু ক্ষমতাৰে শাস্তি দিয়ে । যীচু খ্ৰীষ্ট তেওঁৰ এক মাত্ৰ পুত্ৰ । ঈশ্বৰে যীচুৰ আপোন বলিদানৰ দ্বাৰাই দোষী পাপীবোৰক নৰকত থকা তেওঁৰ ক্ৰোধৰ পৰা ৰক্ষা কৰে । তেওঁৰ গৌৰৱ হওক!

  •