Home » 2015 » February

  • যোহন ৬ – জীৱনময় আহাৰ

    যোহন ৬ – জীৱনময় আহাৰ

    সেই বিখ্যাত কাহিনী, যেতিয়া প্ৰভু যীচুৱে পাচ হাজাৰমান মানুহক খোৱাই দিছিল আমাক শিকায় দিয়ে যে আমি তেওঁক বিশ্বাস কৰিবই লাগিব আৰু সদায় এই জগতত নহয়, কিন্তু তেওঁত আমাৰ জীৱনক বিচাৰি পাব লাগিব। এই জগতৰ বস্তু ক্ষয়নীয় আৰু অস্থায়ী হয়। এই জগতৰ সকলো বস্তু বিনষ্ট হ‘ব।   যোহন ৬:২৭ – ‘ ক্ষয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব; কিয়নো পিতৃ, অৰ্থাৎ ঈশ্বৰে তেওঁক মোহৰ মাৰিলে। ‘  

  • যোহন ৫ – শাস্ত্ৰৰ সাক্ষ্য

    যোহন ৫ – শাস্ত্ৰৰ সাক্ষ্য

    তেওঁৰ ঈশ্বৰত্ব আৰু মহিমা ঈশ্বৰৰ পুত্ৰ বোলি প্ৰমাণ কৰিবলৈ, যীচুৱে আমাক চাৰিতা সাক্ষ্য দিয়ে। এইবোৰ সকলো গুৰুত্বৰ: যোহন বাপ্তাইজকৰ সাক্ষ্য, তেওঁৰ আচৰিত কৰ্মৰ সাক্ষ্য, তেওঁৰ পিতৃৰ সাক্ষ্য, আৰু শাস্ত্ৰৰ সাক্ষ্য। যিহোদী মানুহে ইমান দেখিলেও তেওঁক প্ৰতিৰোধ আৰু তুচ্ছ কৰিলে। আজি শাস্ত্ৰ এতিয়াও আমাৰ হাতত আছে, আমাৰ চকুৰ আগত পঢ়া যায়, আৰু আমাৰ বিশ্বাস সক্তিশলী কৰায়। যিহেতু শাস্ত্ৰ সঁচাকৈ ঈশৰৰ বাক্য হয়, যি যোন মিছা কথা ক‘ব নোৱাৰে, যি এইবোৰৰ ওপৰত বিশ্বাস কৰে মুৰ্খ নহয়। যিহোদী মানুহে শাস্ত্ৰ পালে আৰু প্ৰায় […]