Home » 2015 » January

  • মিছা খ্ৰীষ্টান মানে কি ?

    মিছা খ্ৰীষ্টান মানে কি ?

    বহুত মানুহে নিজকে খ্ৰীষ্টান বুলি মাতে আৰে নিজকে উদ্ধাৰ পোৱা বুলি ভাৱে যেতিয়া আচল অৱস্থা মিছা হয়। মিছা খ্ৰীষ্টান কি হয়? ইয়াৰ অৰ্থ হ’ল যাৰ জীৱন-যাপনটো বাইবেলৰ লগত নিমিলাই। সিসঁতে ঈশ্বৰক বিশ্বাস কৰোঁ বুলি কয় কিন্তু সিসঁতৰ কাৰ্য্যবোৰ নিমিলাই। মিছা খ্ৰীষ্টানবোৰে বাইবেল প্ৰায় নপঢ়ে আৰু বাইবেলখন সিসঁতৰ মনত আমনি লগা বা ‘বৰিং’ লগা। সিসঁতে হেৰুৱা মানুহৰ কাৰণে প্ৰাৰ্থনা নকৰে আৰু পবিত্ৰতাত বৃদ্ধি পাবলৈ কেৰেপ নকৰে। দেওবাৰত চাৰ্চলৈ গ’লেও বা দিঙিত ক্ৰোচৰ মালা পিন্ধিলেও, সিসঁতে পুৰণা বন্ধুৰ লগত লেতেৰা  ফুচুৰি কয় […]

  • যোহন ৫ – পুত্ৰই সকলোকে বিচাৰ কৰিব

    যোহন ৫ – পুত্ৰই সকলোকে বিচাৰ কৰিব

    এই কাহিনীত দেখা গৈছে যে বিশ্ৰাম বাৰে (যি বাৰক ঈশ্বৰে প্ৰাচীন কালত পৃথক কৰি পবিত্ৰ কৰিলে আৰু যিহূদী মানুহবিলাকক কাম নকৰিবলৈ আদেশ দিলে) যীচুৱে এজন ৰোগীক সুস্থ কৰিলে। যিচুৱেই কিয় এইটো কাম কৰিলে? তেওঁক বিচাৰ কৰা হব লগিয়া এজন অপৰাধী নে? নহয়, যিচুৱেই এটা নিৰ্দিষ্ট শিক্ষা দিয়াৰ কাৰণে সুবিধা পাবলৈ এই অলৌকিক কাম বিশ্ৰাম বাৰে কৰিলে। এই শিক্ষাত যিচুৱে নিজৰ ঈশ্বৰত্ব প্ৰকাশ কৰিলে – পিতৃ ঈশ্বৰৰ লগত সমানতা! যে তেওঁ বিশ্ৰাম বাৰৰ প্ৰভু, যে তেওঁ ঈশ্বৰৰ পুত্ৰ যাক কোনেও বিচাৰ […]