Home » 2014 » December

  • যোহন ৪ – আচৰিত কাম নে খ্ৰীষ্টক বিচাৰিছে?

    যোহন ৪ – আচৰিত কাম নে খ্ৰীষ্টক বিচাৰিছে?

    আপুনি ঈশ্বৰৰ পৰা কি বিচাৰে?। আপুনি খ্ৰীষ্টৰ পৰা কি বিচাৰে? আশীৰ্বাদ বিচাৰে নে খ্ৰীষ্টকহে বিচাৰে? বহু মানুহে মই যীচুক ভাল পাও বুলি যেতিয়া কয়, আচলতে যীচুকে ভাল নাপায়, কিন্তু যীচুৱে দিব পৰা আশীৰ্বাদ, উপহাৰ, আৰু সহায়ক ভাল পায়। বহু মানুহে মই যীচুক বিশ্বাস কৰো বুলি কয়, কিন্তু আচলতে তেওঁতে বিশ্বাস আৰু আশা কৰা নাই, কিন্তু অকল আশীৰ্বাদ পবলৈ বা আচৰিত, অলৌকিক কাৰ্য্য দেখিবলৈ তেওঁৰ ফালে চাই আছে। এনেকোৱা বিশ্বাসে কাকো উদ্ধাৰ কৰিব নোৱাৰে। আমি যে খ্ৰীষ্টক মাত্ৰ এজন আমাক সহায় […]

  • যোহন ৪ – খ্ৰীষ্টৰ লগত শ্ৰম কৰা

    যোহন ৪ – খ্ৰীষ্টৰ লগত শ্ৰম কৰা

    ক্ৰোচলৈ যোৱাৰ আগতে যীচু খ্ৰীষ্টৰ মহান প্ৰেম আৰু তেওঁৰ পৰিশ্ৰম আৰু ত্যাগ হেৰোৱা প্ৰাণবোৰক বচাবলৈ আমি ইয়াত দেখিব পাৰো। তেওঁৰ ইচ্ছা পিতৃৰ ইচ্ছাৰ লগত এক আছিল। এই মানুহবিলাকক শুভবাৰ্তা দিবলৈ তেওঁৰ নিজৰ অধিকাৰ আৰু সুবিধাবোৰ, আনকি তেওঁৰ দৈনিক খাদ্য, তেওঁ ত্যাগ কৰিলে। তেওঁৰ চকু মহান প্ৰাণ সংগ্ৰহত আছিলে – একমাত্ৰ চিৰস্থায়ী বস্তু যি জগতত থাকে। আপুনি ব্যৰ্থ বা জাগতিক বিষয়ে চিন্তিত হয় নে? আপুনি নিজৰ চখ, জগতৰ পুৰস্কাৰ, আৰু ফূৰ্ত্তিত ব্যস্ত আছে নে? আপুনি খ্ৰীষ্টৰ সৈতে আনৰ আত্মা লাভ কৰে […]