Home » 2014 » November

  • খ্ৰীষ্টৰ মৃত্যুত ঈশ্বৰৰ প্ৰেম দেখা যায়

    খ্ৰীষ্টৰ মৃত্যুত ঈশ্বৰৰ প্ৰেম দেখা যায়

    খ্ৰীষ্টৰ মৃত্যু ইতিহাসৰ সকলোতকৈ বিখ্যাত ঘটনা হ’ব পাৰে, কিন্তু আচলতে ইয়াত ঈশ্বৰৰ বিষয়ে আৰু খ্ৰীষ্টৰ বিষয়ে কি দেখা যায় ? ইয়াত আমাৰ প্ৰতি ঈশ্বৰৰ অন্তৰ্ভাৱৰ বিষয়ে আমি কি দেখিব পাৰো ? যীচু খ্ৰীষ্টৰ ক্ৰোচ ঈশ্বৰৰ অন্তৰৰ এখন খিৰিকীৰ দৰে হয়, যাৰ দ্বাৰাই পাপী মানুহৰ বাবে তেওঁৰ প্ৰেম আমি দেখিব পাৰোঁ। ৰোমীয়া ৫:৮ – “কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্ব্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।”

  • যোহন ৪ – এজনী পাপী তিৰোতাৰ বাবে জীৱনময় পানী

    যোহন ৪ – এজনী পাপী তিৰোতাৰ বাবে জীৱনময় পানী

    জীৱনত আপুনি সন্তুষ্ট হয় নে? আপোনাৰ আনন্দ আছে নে? আন কি আপোনাৰ এটা অসীম আনন্দ, সন্তুষ্টি, আৰু প্ৰেমৰ উৎস আছে নে? কেৱল যীচুৱে এইবোৰ দিব পাৰে। তেওঁৰ পুত্ৰৰ দ্বাৰাই ঈশ্বৰক নোপোৱামানে আৰু পৱিত্ৰ আত্মাৰ জীৱনময় পানী নোখোৱামানে (আমাৰ ভিতৰত থকা খ্ৰীষ্ট) আমাৰ অন্তৰ অস্থিৰ হৈ থাকে। কিন্তু প্ৰথমে, এই কাহিনীৰ তিৰোতাৰ নিচিনা, আপোনাৰ পাপ স্বীকাৰ কৰিব লাগে। যোহন ৪:১৩-১৪ – “যীচুৱে উত্তৰ দি তেওঁক কলে, এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিৱ; কিন্তু মই যি পানী দিম, তাক যি কোনোৱে […]

  • যোহন ৩ – অবিশ্বাস

    যোহন ৩ – অবিশ্বাস

    প্ৰভু যীচুৱে আমাক শিক্ষা দিয়ে যে অবিশ্বাস নিজে পাপ হয়। ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰোঁতে আমি যে উদ্ধাৰ পোৱাৰ সুযোগটো হেৰুৱাই, অকল সেয়ে নহয়, কিন্তু আমি দেখাই দিওঁ যে আমাৰ অন্তৰ সঁচাকৈ মন্দ হয়। ঈশ্বৰে আমাৰ পৰা অন্ধ বিশ্বাস নুখুজিলেও, তথাপি যোনে সন্ধান কৰে, তাৰ বাবে খ্ৰীষ্টৰ দুৰৰ পৰা থকাৰ কোনো কাৰণ নাই। তেওঁ এই পৃথিৱীৰ ধুনীয়া পোহৰ। তেওঁৰ কথা আৰু কৰ্ম্ম নিখুঁত হয়, আৰু এইবোৰৰ ইমান ওজন আৰু মহিমা আছে। কিন্তু যেনে এজন মানুহে জ্ঞানী ডক্তৰৰ সহায় অগ্ৰাহ্য কৰে, তেনেকৈ […]

  •