Home » 2014 » September

  • যোহন ২ – যীচুৱে ধৰ্মধাম শুচি কৰে

    যোহন ২ – যীচুৱে ধৰ্মধাম শুচি কৰে

    যীচুৰ কালত আন কি ধৰ্মীয় মানুহে খোব লুভীয়াকৈ পইছা বিচাৰিছিলে। আমাৰ কাল একেই। মানুহে নিজৰ ধৰ্ম আৰু সমাজ পৰাস্ত কৰাৰ বাবে, আৰু পইছা, ভূমি, আৰু বেতন পোৱাৰ বাবে ব্যৱহাৰ কৰে। মানুহে ঈশ্বৰৰ স্থানত পইছাক সেৱা কৰে। ভাৰতত বহুত মানুহে ক’ব, ‘আল্লাহ,’ বা ‘ভগৱান,’ বা ‘বিষ্ণু,’ বা আন কি ‘যীচু,’ সিহঁতৰ প্ৰভু হয়, কিন্তু সিহঁতৰ আচল প্ৰভু হ’ল, পইছা। সিহঁতে পইছাৰ বাবে সেৱাকাৰ্য্য কৰে! এটো সিহঁতৰ জীৱন নিয়ন্ত্ৰণ কৰে আৰু সিহঁতৰ ভাৰসা এটোৰ ওপৰত থৈ দিয়ে। কিন্তু আমাৰ কালত যীচুও একেই […]

  • যোহন ২ – তেওঁৰ তেজৰ সুৰা

    যোহন ২ – তেওঁৰ তেজৰ সুৰা

    যাতে তেওঁৰ মহিমা দেখা যাব যীচুৱে সুৰা হৈ যোৱা পানীটো তেওঁৰ প্ৰথম আচৰিত কাৰ্য্য বোলি কিয় বাছি ল‘লে? আৰু বিয়াৰ সময়ত কিয়? দ্ৰাক্ষাৰস বা সুৰা কিয়? তেওঁ ক‘লে ‘মোৰ সময় নৈ হয়’ কিন্তু ঠিক তাৰ পিছত এই আচৰিত কাৰ্য্য কৰিলে কিয়? উত্তৰ হ‘ল যে শুভবাৰ্তাৰ বিষয়টো তেওঁৰ মনত সোমাইছে, আমাৰ উদ্ধাৰ তেওঁৰ তেজৰ দ্বাৰাই। যেনেকৈ পিছত তেওঁ ৫০০০ মান মানুহক ৰুটিৰে খোৱাব যি তেওঁ ক‘ব তেওঁৰ মাংস আচিল, তেনেকৈ এই চিন ঘঠিছিলে। তেওঁৱে এটা ডাঙৰ দলক বহুতো সুৰা দিয়ে, কাৰণ […]

  • স্বৰ্গৰ তলত আন কোনো নাম নাই

    স্বৰ্গৰ তলত আন কোনো নাম নাই

    জগতত বহুত মানুহে বিশ্বাস কৰে যে সকল ধৰ্ম আমাক ঈশ্বৰলৈ ল‘ব পাৰে। এই কথাসঁচা নে? এটো সঁচা নে, যে সকল ধৰ্মৰ দেৱতাত আমি পাপৰ পৰা মুক্তি পাব পাৰোঁ? খ্ৰীষ্টানবোৰে বিশ্বাস কৰে আৰু শিক্ষা দিয়ে যে যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাৰপাপৰ পৰা আমি উদ্ধাৰ পাওঁ – আৰু অকল সেয়ে নহয়, কিন্তু বাইবেলো সিক্ষা দিয়েযে কেৱল যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাৰ পাপৰ পৰা আমি উদ্ধাৰ পাম। আমি নিজকেউদ্ধাৰ কৰিব নোৱাৰো, আৰু অন্য দেৱতা বা গুৰু বা পথ প্ৰদৰ্শক যি আহিছিলেনোৱাৰে। বাইবেল এইবোৰ কয় নে? […]

  •  
  • যোহন ১ – যীচুৱে মাতিছে

    যোহন ১ – যীচুৱে মাতিছে

    যীচুৱে দুইটা শব্দ বাৰে বাৰে কয় – ‘আহাঁ,’ আৰু‘মোৰ পাছে পাছে আহাঁ।’ এই নিমন্ত্ৰণ সকলোৰ কাৰণে আজিও ৰৈ আছে যাৰ ইচ্ছা হ‘ল ঈশ্বৰৰ লগত সহভাগীতাত জীৱন যাপন কৰিবলৈ আৰু তেওঁৰ ইচ্ছাত বাধ্য হ‘বলৈ। এই শব্দবোৰ মৰা আৰু পৃষ্ঠাত থকা শব্দবোৰ নহয়, যে মাথোন হাজাৰ বছৰ আগত লিখা হৈছিল। এইবোৰ জীৱন্ত শব্দ যে প্ৰভুৱে সকলো মানুহক কয়। আপোনাৰ জীৱন হাৰক তেহেঁ সেইটো পাব। খ্ৰীষ্টক অনুসৰণ কৰক আৰু আপুনি আন্ধাৰত নাথাকিব। যাৰ দ্বাৰাই তেওঁৰ ওচৰলৈ আমি আহোঁ আৰু তেওঁক অনুসৰণ কৰোঁ হ‘ল […]