Home » 2014 » August

  • যোহন ১ – যীচু ঈশ্বৰৰ মেৰ পোৱালি হয়

    যোহন ১ – যীচু ঈশ্বৰৰ মেৰ পোৱালি হয়

    এই জগতৰ পাপ ইমান বেছি আৰু খুব ক‘লা হয়। এইবোৰক কি বস্তু ধোব পাৰিব? কেৱল যীচু, ঈশ্বৰৰ পুত্ৰৰ তেজ… তেওঁ আমাৰ পাপৰ বাবে সত্য প্ৰায়শ্চিত্ত হয়। তেওঁ আমাক ক্ষমা আৰু ঈশ্বৰৰ লগত থকা শান্তি দিয়ে। আপুনি যদি তেওঁক ‘চায়’, তেওঁ আপোনাৰ সকল পাপ নিব পাৰে। খ্ৰীষ্টলৈ চাওঁক আৰু বিনেমূল্যেভাৱে উদ্ধাৰ পাব। যোহন ১:৩০ – জগতৰ পাপ নিওঁতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা!

  • যোহন ১ – যীচু ঈশ্বৰৰ বাক্য হয়

    যোহন ১ – যীচু ঈশ্বৰৰ বাক্য হয়

    বহুত কিছু নজনা ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু ঈশ্বৰক নজানিলে হ‘ল আমাৰ সত্য জীৱনৰ পৰা আৰু আচল উদ্দেশ্যৰ পৰা আঁতৰ হৈ থকা। কেৱল যীচু খ্ৰীষ্টৱে যাক ঈশ্বৰ হয় আমাক দেখায় দিব পাৰে, কাৰণ অকল তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰ হয়, ঈশ্বৰৰ পুত্ৰ। তেওঁ মানুহ হয় গল আৰু আমাৰ উচৰলৈ আহিলে। তেওঁ নবি বা গুৰু নহয়, তেওঁ স্বৰ্গদুত নহয়, তেওঁ সৰু দেৱতাৰ মাজত এজন নহয়। তেওঁ সঁচাকৈ স্বয়ং ঈশ্বৰ। আপুনি ঈশ্বৰক জানে নে? আপুনি যীচু খ্ৰীষ্টৰ মহিমা আৰু সৌন্দৰ্য্য দেখিছা নে? দয়া আৰু সত্যতাৰ […]

  • ক্যাথলিক মানুহে খ্ৰীষ্টক অনুসৰণ কৰে নে?

    ক্যাথলিক মানুহে খ্ৰীষ্টক অনুসৰণ কৰে নে?

    ভাৰতত আৰু অসমত বহুত জনাজাত আৰু জনপ্ৰিয় ক্যাথলিক স্কুল থাকে। কিন্তু দুৰ্ভাগ্য কথাটো হ‘ল যে বেচিভাগ মানুহে গম নাপায় যে অনেক আগে এই ক্যাথলিক মানুহে শাস্ত্ৰত প্ৰকাশিত যি সত্য খ্ৰীষ্টক ত্যাগ কৰিলে। কেটা কাৰণৰ বাবে আমি জানো যে সিহঁতে এতিয়া খ্ৰীষ্টক অনুসৰণ কৰা নাই আৰু আচল বিশ্বাসকাৰী নহয়, যেনে – সিহঁতে বাইবেলত বহুত শিক্ষা যোগ কৰে, সিহঁতে পোপক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পদ দিয়ে, সিহঁতৰ আৰাধনা আৰু বিশ্বাস মৰিয়মক দিয়ে, সিহঁতে নিজৰ গিৰ্জা ঘৰ মুৰ্তি আৰু চবিৰে পূৰ্ণ কৰে, আৰু সিহঁতে […]

  •