Home » 2014 » July

  • আত্মাৰ ফল – শান্তি

    আত্মাৰ ফল – শান্তি

    এই জগতৰ শান্তি ঈশ্বৰৰ পৰা নহয়, আৰু সেই কাৰণে আমাৰ বেলেগ পৰিস্থিতিবোৰত কমি আৰু বাঢ়ি যায়। সকলোৰ বাবে যি প্ৰয়জনীয় হয় – সত্য শান্তি, কেৱল পবিত্ৰ আত্মাৰ কামত পোৱা যায়, যেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বিষয় আমাৰ অন্তৰত লগায়। ক্ৰুচত পাপৰ ক্ষমা আৰু ঈশ্বৰৰ লগত মিলন হোৱা খ্ৰীষ্টৱে কিনিলে। যেতিয়া সকল পাপৰ শক্তিবোৰৰ পৰা আৰু মন্দৰ পৰা আমি খ্ৰীষ্টৰ কাৰণে উদ্ধাৰ পাওঁ, তেতিয়া শান্তি বাস্তবিকভাবে আৰম্ভ কৰে। ঈশ্বৰৰ লগত তোমাৰ শান্তি আছে নে? সঁচাকৈ আছে যদি, সেইটো তোমাৰ সাধাৰণ জীৱন-যাপন […]

  • আত্মাৰ ফল – আনন্দ

    আত্মাৰ ফল – আনন্দ

    ঈশ্বৰে নিজে যি আছে আৰু নিজে যি কৰে, তেওঁৱে এই কথাত আনন্দ পায়, আৰু সেই কাৰণে যেতিয়া এজন বিশ্বাসকাৰীৰ নতুন জন্ম হয়, সিও প্ৰভুত আনন্দ পাব। এটো পবিত্ৰ আত্মাৰ কাম – যে আমি জগতত আনন্দ আৰু সুখ নাপাওঁ কিন্তু ঈশ্বৰৰ পৰিচয়ত আৰু তেওঁৰ সৃষ্টি আৰু মুক্তিৰ মহা কাৰ্য্যত। এজন দুখী মন-মৰা খ্ৰীষ্টান পবিত্ৰ খ্ৰীষ্টান বোলি হ‘ব নোৱাৰে, কাৰণ পবিত্ৰতাৰ এবিধ অৰ্থ হ‘ল প্ৰভুত সুখী থকা। তুমি নো সুখী নে? তুমি ঈশ্বৰৰ প্ৰেমত আৰু মহিমাত সন্তুষ্ট নে? তেওঁৰ কাম আৰু পথ তোমাক […]

  • আত্মাৰ ফল – প্ৰেম

    আত্মাৰ ফল – প্ৰেম

    যেতিয়া এজনক খ্ৰীষ্টৰ দ্বাৰাই শুচি কৰা হয়, ঈশ্বৰৰ লগত হোৱা সহভাগিতা আৰম্ভ কৰি পবিত্ৰ আত্মাই আহি সিহঁতত বাস কৰে। আমাৰ অন্তৰত পবিত্ৰ আত্মাৰ উপস্থিতিয়ে পবিত্ৰতা উৎপন্ন কৰে। ইয়াত যি ঈশ্বৰৰ দৃষ্টিত বাস্তৱিক মিঠা ফল হয়, ঈশ্বৰে আমাক বুজাইছে। আমাৰ পৰিচাৰ্য্য-কৰ্মলৈ তেওঁ ইমান গুৰুত্ব বোলি নাভাবে, কিন্তু আমাৰ অন্তৰৰ গভিৰত থকা ভাব-ভংগী আৰু ব্যৱহাৰ, যেনে প্ৰেম, আনন্দ, শান্তি, ইত্যাদি, তেওঁ গুৰুত্ব বোলি ভাবে। সকলো গুণৰ ভিতৰত প্ৰেম প্ৰধান হয়। ঈশ্বৰ প্ৰেম হয়, আৰু যাতে আমি তেওঁৰ প্ৰতি আৰু মানুহৰ প্ৰতি প্ৰেম […]

  •  
  • পূনৰ্জন্ম আচল হয় নে?

    পূনৰ্জন্ম আচল হয় নে?

    হিন্দু মানুহে সিক্ষা পায় যে এই জীৱনৰ পিছত সিহঁতে আন এটা জীৱন পাব আৰু আকৌ নতুনকৈ সকলো আৰম্ভ কৰিব। এটো এটা পুৰণি মিছা কথা আৰু মানুহক নিজৰ জীৱন আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব নিদিবলৈ সহায় কৰে। এটো এটা সুবিধাজনক বাহানা যাতে আমি পাপত আমাৰ জীৱন অৱহেলা কৰোঁ। কিন্তু ঈশ্বৰে কয়, মানুহে এবাৰ জীয়ে আৰু মৰে, তাৰ পিছত বিচাৰ হ’ব। অনন্তকাললৈকে ভাৱা। তোমাৰ ঈশ্বৰ আৰু সৃষ্টিকৰ্তাক লগ পাবলৈ প্ৰস্তুত হোৱা। তোমাৰ জীৱন বহুমূলীয়া।