ঈশ্বৰৰ আইনৰ অভিশাপৰ পৰা মুক্তি

যীচু খ্ৰীষ্টৱেআমাক উদ্ধাৰ কৰিবলৈ আহিছে। ইয়াৰ মানে কি? সকলো মানুহৰ বিপদ কি? মানৱ জাতিৰ মূল সমস্যা হ‘ল যে সিহঁত ঈশ্বৰ বিৰুদ্ধে বিদ্ৰোহী হয়, আৰু ‘আইনৰ অভিশাপ’ৰ তলত আহিছে – ঈশ্বৰৰ আইন। এই আইন ধাৰ্মিক, পবিত্ৰ, আৰু ভাল হয়, কিন্তু সেই কাৰণে আমাক মৃত্যু দণ্ড দিয়ে যেতিয়া আমি ঈশ্বৰক ঘিণ কৰোঁ আৰু তেওঁৰ বিদ্ৰোহী হওঁ। এটো ঈশ্বৰৰ আগত সকলোৰ অৱস্থা। সেই কাৰণে, আইনক সন্তোষ্ট কৰিবলৈ, খ্ৰীষ্ট মানুহ হৈ, ক্ৰোচত মৰি, মৃত্যু আৰু ধ্বংসৰ অভিশাপ নিজৰ উপৰত লৈছে। ইয়াতে ঈশ্বৰৰ প্ৰেম আৰু […]