Home » 2014 » April

  • ঈশ্বৰৰ আইন – ৮ – চুৰ নকৰিবা

    ঈশ্বৰৰ আইন – ৮ – চুৰ নকৰিবা

    আন এটা আইন যে ঈশ্বৰে মানৱ জাতিক দিছিলে হ‘ল, ‘তুমি চুৰ নকৰিবা‘। মানুহে লোভৰ কাৰণে চুৰ কৰে। সিসঁতে গৌৰৱৰ কাৰণে, স্বাৰ্থপৰতাৰ কাৰণে, আৰু এই জগতক আৰু এই জগতৰ বস্তুক ভালপোৱাৰ কাৰণে চুৰ কৰে। মানুহে নিজ হাতেৰে কাম কৰাতকৈ আৰু অতিৰিক্ত থকা বস্তু আনৰ বাবে ভাগ দিয়াতকৈ চুৰ কৰিব পচন্দ কৰে।মানুহে যে ঈশ্বৰে সিসঁতৰ বাবে যোগাব বিশ্বাস কৰাতকৈ আনক চুৰ কৰাৰ দ্বাৰাই ক্ষতি কৰিব পচন্দ কৰে। আটাইতকৈ বেয়া চুৰ হ‘ল, ধৰ্ম্মীয় চুৰ। সিসঁতে পইচা পাবলৈ ধৰ্ম্ম কৰ্ম কৰে, নাইবা প্ৰাণ চুৰ […]

  • ঈশ্বৰৰ আইন -৭- ব্যভিচাৰ নকৰিবা

    ঈশ্বৰৰ আইন -৭- ব্যভিচাৰ নকৰিবা

    যীচুৱে ক‘লে যি কোনোৱে তিৰোতা মানুহলৈ কামাভিলাষেৰে চায়, সি তেতিয়াই অন্তৰত তাইৰ লগত ব্যভিচাৰ কৰিলে। সেয়ে সকল মানুহে এই আইন উলঙ্ঘন কৰিছিলে আৰু খ্ৰীষ্টৰ দ্বাৰা ক্ষমা পাব লাগে। ঈশ্বৰে অকল আমাৰ কাম বিচাৰ নকৰে, আন কি আমাৰ চিন্তা বিচাৰ কৰে। ঈশ্বৰৰ মহিমা দেখুৱাবৰ বাবে আমাক সৃষ্টি কৰা হ‘ল, কিন্তু মানুহে বিয়াৰ ভিতৰত থকা ঈশ্বৰৰ সৌন্দৰ্য্য বিক্ৰীত কৰি তুলে যাতে এইবোৰ স্বাৰ্থপৰ আৰু সাংসাৰিক হৈ যায়। খ্ৰীষ্ট প্ৰেমৰ মহা-উদাহৰণ হয় – নিজৰ জীৱনৰ ত্যাগ কৰোঁতে অস্বাৰ্থপৰভাৱে তেওঁৰ কইনাক প্ৰেম কৰিলৈ । […]

  • সকলো অধৰ্মৰ পৰা মুক্তি

    সকলো অধৰ্মৰ পৰা মুক্তি

    মুক্তি এটা মূল্যৰ কাৰণে আহে। পাপৰ পৰা মুক্তিৰ মূল্য কি? এজন মানুহে কেনেকৈ পাপৰ পৰা মুক্তি পায়? আকৌ শুনা এই কাহিনী, যেতিয়া যীচু খ্ৰীষ্টৱে আমাৰ বাবে ক্ৰুচলৈ গ‘ল আৰু পিতৃ ঈশ্বৰে কি কৰিলে যাতে তেওঁ আমাৰ বলিদানস্বৰূপ হয় যাব। এক দিন ইতিহাসত মানৱ জাতিৰ ভৱিষ্যত সলনি কৰিছিলে। আমাৰ প্ৰত্যেক পাপ তেওঁৰ ওপৰত থই দিয়া হ‘ল। তেওঁৰ শৰীৰত আমাৰ পাপবোৰ বই নিলে ক্ৰুচত। তেওঁ আমাক মুক্ত কৰিছিলে আৰু এতিয়া আমাক শুচি কৰে, তেওঁৰ নিজৰ হবলৈ। মূল বাইবেল পদ হ‘ল – তীত […]

  •  
  • ঈশ্বৰৰ আইন – ৬ – নৰ-বধ নকৰিবা

    ঈশ্বৰৰ আইন – ৬ – নৰ-বধ নকৰিবা

    সকল মানুহে জানে যে হত্যা কৰা মন্দ হয়, তথাপি আমাৰ পৃথিৱীত প্ৰতি দিনে হত্যা কৰা হয়। উদ্ধাৰ পোৱাৰ পুৰ্ব্বে সকলোৱে অন্তৰত হত্যাকাৰী হয় আৰু খুব সহজে সিহঁতৰ খং আৰু ঘিণ উঠে। মানহৰ ভিতৰত হত্যাৰকাৰীৰ সব্দ, হত্যাৰকাৰীৰ চিন্তা, আৰু হত্যাৰকাৰীৰ কাম আছে। আমি সকলোৱে পাপী আৰু আমাৰ বাবে খ্ৰীষ্টৰ জীৱন খুব প্ৰয়োজন। কেৱল খ্ৰীষ্টৱে খং-ভাবৰ পাপ আৰু হত্যা কৰাৰ পাপৰ পৰা আমাক মুক্ত কৰিব পাৰে আৰু আমাক প্ৰেম কৰিবলৈ শিকায় দিব পাৰে। আচলতে খ্ৰীষ্টান মানুহৰ আটাইতকৈ ডাঙৰ উদাহৰণ এই আইন নহয় […]

  • ঈশ্বৰৰ আইন – ৫ – পিতৃ-মাতৃক সন্মান কৰা

    ঈশ্বৰৰ আইন – ৫ – পিতৃ-মাতৃক সন্মান কৰা

    পিতৃ-মাতৃক সন্মান কৰা মানে কি? যদি তুমি এই আইন উলঙ্ঘন কৰিছিলা তেন্তে যেন খ্ৰীষ্টৱে তোমাকো ধোব তোমাক লাগে। তাৰ উপৰি, যদি কাৰোবাৰ পৰিয়াল হিন্দু বা মুছলমান হয় আৰু সিহঁতে খ্ৰীষ্টক অনুসাৰন কৰিবলৈ নিজৰ ধৰ্ম্ম ত্যাগ কৰিব বিচাৰে, তেনেহলে কেনেকৈ সিহঁতৰ দেউতামা সন্মান কৰিব? মূল বাইবেল পদ হ‘ল – যাত্ৰাপুস্তক ২০:১২ “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক যি দেশ দিছে, সেই দেশত তোমাৰ আয়ুস দীঘল হবৰ নিমিত্তে, তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা। “