Home » 2014 » March

  • ঈশ্বৰৰ আইন – ৪ – বিশ্ৰাম

    ঈশ্বৰৰ আইন – ৪ – বিশ্ৰাম

    যিহূদী মানুহে শনিবাৰ বিশ্ৰাম-দিন হিচাপে পালন কৰে। সিহঁতৰ বাবে এই দিন মানুহে এটা দৃঢ় আইন পাইছে একো কাম নকৰাকৈ এটা বিশেষ সভা পাতিবলৈ। আজিকালি বেচি ভাগ দেশত খ্ৰীষ্টানবোৰে দেওঁবাৰত সেৱা কৰে। তথাপি নতুন নিয়ম অনুসাৰে এই আইনৰ আত্মিক আৰু গভীৰ অৰ্থ বিশেষ সপ্তাৰ বাৰ, এনে নহয়, বৰঞ্চ ইয়াৰ অৰ্থ বিশ্ৰামলৈ আৰু দয়ালৈ। বিশ্বাসীবোৰে খ্ৰীষ্টত কৰ্ম্মৰ পৰা জিৰণি লোৱাৰ দ্বাৰাই বিশ্ৰাম-দিন পালন কৰে। আমাৰ সম্পৰ্ক ঈশ্বৰৰ লগত দয়াৰ দ্বাৰা হব লাগিব, কৰ্ম্মৰ দ্বাৰা নহয়। তেওঁ আমাৰ বাবে খ্ৰীষ্টত যোগালে। আপুনি খ্ৰীষ্টত […]

  • ঈশ্বৰৰ আইন – ৩ – ঈশ্বৰৰ নাম অনৰ্থকৰূপে নলবা

    ঈশ্বৰৰ আইন – ৩ – ঈশ্বৰৰ নাম অনৰ্থকৰূপে নলবা

    যীচু খ্ৰীষ্টৱে নিজকে দান কৰিলে আমাক ক্ষমা কৰিবলৈ আন এবিধ পাপৰ পৰা, আৰু সেইটো হল – ঈশ্বৰৰ নাম অনৰ্থকৰূপে আৰু অসন্মাণেৰে ব্যৱহাৰ কৰা। ঈশ্বৰ পবিত্ৰ আৰু মহান আৰু সেই কাৰণে আমাৰ চিন্তা তেওঁৰ বিষয়লৈ শুদ্ধ হব লাগে। যেতিয়া মানুহে তেওঁৰ নাম অপমান কৰে, তেওঁৰ নামলৈ হাসে, নাইবা বাৰে-বাৰে পুনু-পুনু অনৰ্থকৰূপে তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰে, সিহঁতে ঈশ্বৰৰ নাম অসন্মান কৰে। যদি আমি খ্ৰীষ্টান বুলি নিজকে ঘসনা কৰোঁ আৰু একেই সময়তে অসত্যতাত আৰু পাপত জীৱন যাপন কৰো, এটো প্ৰায় আটাইতকৈ বেয়া ধৰণৰ […]

  • ঈশ্বৰৰ আইন –২– মূৰ্ত্তি পূজা নকৰিবা

    ঈশ্বৰৰ আইন –২– মূৰ্ত্তি পূজা নকৰিবা

    যীচু খ্ৰীষ্টৱে নিজকে দান কৰিলে আমাক ক্ষমা কৰিবলৈ আন এবিধ পাপৰ পৰা, আৰু সেইটো হল – মূৰ্ত্তি পূজা। ঈশ্বৰে নিষেদ্ধ কৰিলে যে তেওঁৰ সেৱাত মানুহৰ বা পশুৰ কোনো ছবি বা মূৰ্ত্তি বা মানুহৰ কল্পনাৰ পৰা কোনো বস্তু ব্যৱহাৰ কৰা হয়। মূৰ্ত্তি বনোৱা, মূৰ্ত্তি সেৱা কৰা, বা মূৰ্ত্তিৰ আগত প্ৰণাম কৰা পাপ হয়। আৰু যীচু আমাক সিক্ষা দিলে যে এই আইন আত্মিক বাবে আমি উলঙ্ঘন কৰো যদি আমি পইচা, সম্পত্তি, যৌন ৰং, আৰাম, কোৱা-বস্তু, বন্ধু-বান্ধৱী, বা পৰিয়াল ঈশ্বতকৈ প্ৰেম কৰো। সকলো […]

  •  
  • ঈশ্বৰৰ আইন – ১ – তোমাৰ আন কোনো দেৱতা নাথাকক

    ঈশ্বৰৰ আইন – ১ – তোমাৰ আন কোনো দেৱতা নাথাকক

    বাইবেল মতে পাপৰ এবিধ সহজ সংজ্ঞা আছে – পাপ হ‘ল যেতিয়া আমি ঈশ্বৰৰ আইন উলঙ্ঘন কৰোঁ। বাইবেলত মানুহৰ বাবে ঈশ্বৰে বহুত আইন প্ৰকাশ কৰিছিলে। আনকি বাইবেলৰ বাহিৰত এই আইনবোৰ মানুহৰ বিবেকত লগাই দিয়া হয় আৰু আমাৰ বাবে অপৰিহাৰ্য্য। ঈশ্বৰৰ আইন চাবলৈ বহুত জাগা আছে, কিন্তু এটা ভাল সাৰমৰ্ম হ‘ল দহোটা আজ্ঞা, যাক মোচিৰ ব্যবস্থাত দিয়া হ‘ল। এই দহোটা আজ্ঞাৰ প্ৰথম আইনটো আমাক ঈশ্বৰক ঈশ্বৰ বুলি সেৱা নকৰা বিষয় দেখাই দিয়ে। মানুহৰ মহা-পাপ হ‘ল ঈশ্বৰৰ বিকল্পে নিজকে প্ৰেম কৰা। ঈশ্বৰক সকলো […]