Home » 2014 » February

  • যীচুৰ নিমন্ত্ৰণ পাপী মানুহৰ বাবে

    যীচুৰ নিমন্ত্ৰণ পাপী মানুহৰ বাবে

    লেবীক নিমন্ত্ৰণ কৰাৰ কাহিনিত আমি শিক্ষো যে এই জগতত দুই ধৰনৰ মানুহ নাথাকে – ধাৰ্মিক আৰু পাপী … বৰং সকলো পাপী হয়। কেৱল যি যোনে সিসঁতৰ বেয়া পাপ গম পায় উদ্ধাৰ পাব পাৰে। সেয়ে বেছি ভাগ সময়তে যিচুৱে আটাইতকৈ বেয়া পাপীৰ লগত সময় কটাইছে। মানুহে যে নিজৰ ধাৰ্মিকতাক ধৰি থাকে, সিসঁতক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ আগ্ৰহ নাই। যি যোনে নিজকে “যোগ্য” বুলি ভাৱে, সিসঁতলৈ ঈশ্বৰৰ আগ্ৰহ নাই। যিচুৱে আহিছে পাপী মানুহক মাতি নিমন্ত্ৰণ কৰিবলৈ, যাতে ঈশ্বৰৰ ফালে সিসঁতে আহিব তেওঁৰ কৃপাৰ […]

  • যীচু খ্ৰীষ্ট কোন ?

    বহুত মানুহৰ মনত যীচু খ্ৰীষ্টৰ পৰিচয়লৈ খেলিমেলি আছে। এই ভিদেও অসমৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰিচয়, কাম,আৰু উদ্দেশ্য ব্যাখ্যা কৰে।

  • পুৰনি নিয়মৰ শুভবাৰ্তা – ১২ – দায়ূদ – ক্ষমা বিচৰা

    পুৰনি নিয়মৰ শুভবাৰ্তা – ১২ – দায়ূদ – ক্ষমা বিচৰা

    ৰজা দায়ূদ এজন সত্য বিশ্বাসী হ‘লেও, তেওঁৰ মহা পাপৰ সময়ত কেনেকৈ হেৰুৱা মানুহে ঈশ্বৰৰ ক্ষমা বিচাৰিব পাৰে, তেওঁৰ অনুতাপ এটা উদাহৰণ। গীতমালা ৫১‘অত আমি বাইবেলৰ শুভবাৰ্তাটো পাওঁ, আৰু ঈশ্বৰৰ কাষত নিৰ্দ্দোষী হোৱাৰ এটা স্পষ্ট ছবি দেখা যায়। আমি গম পাব লাগিব যে আমি সম্পূৰ্ণৰূপে পাপী আৰু নষ্ট এজন পবিত্ৰ ঈশ্বৰৰ আগত, আৰু আমাৰ পাপ তেওঁৰ চকুত মন্দ। আমি তেওঁৰ উচৰলৈ আহিব লাগিব যাতে তেওঁৰ পুত্ৰ যীচুৰ তেজত আমাক ধোৱা হব।

  •