Home » 2014 » January

  • পুৰনি নিয়মৰ শুভবার্তা – ১১ –	দায়ূদ – চিৰস্থায়ী ৰাজসিংহাসন

    পুৰনি নিয়মৰ শুভবার্তা – ১১ – দায়ূদ – চিৰস্থায়ী ৰাজসিংহাসন

    শুভবাৰ্তা বহুত আগতে ঘোষণা কৰা হ‘ল যেতিয়া ঈশ্বৰে দায়ূদৰ এজন সন্তানক সদায়ৰ বাৱে ৰজা হিচাপে স্থাপন কৰিব প্ৰতিজ্ঞা কৰিলে।  সেইজন সত্য ৰজাৰো ৰজা হব বুলি কোৱা হৈছে, আৰু তেওঁৰ আগত সকলো জাতিবোৰ বশ হব। এই বাণী আৰু ব্যাবস্থা যীচু খ্ৰীষ্টত পূৰ্ণ হয় গল। তেওঁৰ জন্মত স্বৰ্গদূতে আৰু মানুহে খ্ৰীষ্ট আৰু ৰজা বুলি যীচুক মাতিলে। তেওঁ নিজে ক‘লে যে তেওঁ ৰজা আৰু এই উদ্দেশ্যলৈ তেওঁ জগতলৈ আহিল। কিন্তু তেওঁ ক‘লে যে তেওঁৰ ৰাজ্য এই জগতৰ নহয়। ৰক্তপাত, জোৰ, পইচা, আৰু মানুহৰ […]

  • যীচু খ্ৰীষ্টৰ শুভবাৰ্তা – ৭ মিন

    যীচু খ্ৰীষ্টৰ শুভবাৰ্তা – ৭ মিন

    প্ৰিয় বন্ধু, আপুনি যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰৰ শুভবাৰ্তা জানেনে? আপোনাৰ মৃত্যুৰ পাছত কি হ’ব আপুনি জানেনে? আপুনি ঈশ্বৰৰ বিচাৰৰ পৰা উদ্ধাৰ পাব পাৰিবনে? অনুগ্ৰহ কৰি, এই নিমন্ত্ৰণ লৈ যীচু খ্ৰীষ্ট তথা বাইবেলৰ বাণীৰ ওপৰত গভীৰভাবে ধ্যানমগ্ন হওঁক। পৃথিৱীৰ সকলো মানুহে এই শুভবাৰ্তা ভালদৰে জনাটো জৰুৰী।