Home » 2013 » December

  • পুৰনি নিয়মৰ শুভবার্তা – ১০ – মোচি – গাখীৰ মৌজোল বৈ থকা দেশ

    পুৰনি নিয়মৰ শুভবার্তা – ১০ – মোচি – গাখীৰ মৌজোল বৈ থকা দেশ

    প্ৰভুৱে মোচিক আৰু তেওঁৰ জাতিৰ মানুহবিলকক, ইস্ৰায়েল, প্ৰতিজ্ঞা কৰিলে যে এদিন তেওঁ তেওঁলোকক নতুন এটা দেশলৈ লৈ যাব। সেই নতুন দেশৰ ইমান আশীৰ্বাদ আছে যে তাত গাখীৰ আৰু মৌ সদায় বৈ থাকে। এই প্ৰতিজ্ঞা বহুবাৰ উল্লেখ কৰা হ‘ল আৰু আবৃতি কৰা হ‘ল যাতে সিহঁতে উৎসাহ পাব। আজিলৈকে বিশ্বাসীৰ বাবে ইয়াৰ অৰ্থ গুৰুত্বপূৰ্ণ। গাখীৰ আৰু মৌ আমাক স্বৰ্গৰ আশীৰ্বাদবোৰ বোজায়। তাতে আমি নিখুঁত আৰু শুদ্ধ পৰিণত হয় যাওঁ, ঠিক ঈশ্বৰৰ ইচ্ছাৰ দৰে, অৰ্থাত খ্ৰীষ্টৰ ৰূপত। তাতে মিঠা আনন্দ আৰু ঈশ্বৰৰ ধাৰাসাৰ […]

  • পুৰনি নিয়মৰ শুভবাৰ্তা – ৯ – মোচি – নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি

    পুৰনি নিয়মৰ শুভবাৰ্তা – ৯ – মোচি – নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি

    মোচিৰ কালত ঈশ্বৰে ইস্ৰায়েল জাতিক মিচৰ দেশৰ যন্ত্ৰনাৰ পৰা মুক্তি কৰিছিলে। তেওঁ সেই দেশ আৰু সিহঁতৰ দেৱতাবোৰক কাঢ়া বিচাৰ দিলে। অন্তিম ৰাতিত ঈশ্বৰে সিহঁতৰ প্ৰতথম জন্মাবোৰক সংহাৰ কৰিল। কেৱল যি যোনে নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালিৰ তেজৰ তলত আছিলে উদ্ধাৰ পালে। ঈশ্বৰে সকলোক প্ৰতিজ্ঞা কৰিলে, আৰু আজিকলত প্ৰতিজ্ঞা কৰে – “মই সেই তেজ দেখি, তোমালোকক এৰি থৈ যাম”। মোৰ প্ৰাৰ্থনা যাতে সকল মানুহে অসমত যীচু খ্ৰীষ্ট আৰু তেওঁৰ তেজলৈ আহিব ক্ষমা আৰু উদ্ধাৰ পাবলৈ। মুল বাইবেলৰ পদ হ‘ল –  যাত্ৰাপুস্তক ১২:১৩।

  • পুৰনি নিয়মৰ শুভ বাৰ্তা – ৮ – মোচি – উপদ্ৰৱ পোৱা বন্দী অৱস্থাত

    পুৰনি নিয়মৰ শুভ বাৰ্তা – ৮ – মোচি – উপদ্ৰৱ পোৱা বন্দী অৱস্থাত

    এই বার্তা অসমিয়া ভাষাত — মিচৰৰ ৰজা নিষ্ঠুৰতাৰ তলত মোচি আৰু ইস্ৰায়েলৰ মানুহ মিচৰ (বা ইজিপ্ত্) দেশত বহুতো ভোগ পাইছিলে। সিহঁতৰ বন্দী অৱস্থা এটা ছায়া হিচাপে সকল মানুহৰ বন্দী অৱস্থা চয়্তান আৰু পাপৰ তলত দেখোৱায়। হেৰুৱা মানুহৰ জীৱন যাতনাৰ পূৰ্ণ আৰু মন্দ শিকলিত থাকে। কিন্তু শুভ বাৰ্তা হয় যে, যেতিয়া এজনে প্ৰভুলৈ কান্দি মাতে, তেওঁ শুনি নামি আহি তাকে উদ্ধাৰ কৰিব। যীচু খ্ৰীষ্টৱে সঁচাকৈ স্বৰ্গৰ পৰা নামি আহিছিলে আমাক আন্ধাৰৰ ৰাজ্যৰ পৰা মুক্তি দিবলৈ। মুল বাইবেল পদ হল যাত্ৰাপুস্তক ৩:৭-৯ […]

  •