Home » 2013

  • পুৰনি নিয়মৰ শুভবার্তা – ১০ – মোচি – গাখীৰ মৌজোল বৈ থকা দেশ

    পুৰনি নিয়মৰ শুভবার্তা – ১০ – মোচি – গাখীৰ মৌজোল বৈ থকা দেশ

    প্ৰভুৱে মোচিক আৰু তেওঁৰ জাতিৰ মানুহবিলকক, ইস্ৰায়েল, প্ৰতিজ্ঞা কৰিলে যে এদিন তেওঁ তেওঁলোকক নতুন এটা দেশলৈ লৈ যাব। সেই নতুন দেশৰ ইমান আশীৰ্বাদ আছে যে তাত গাখীৰ আৰু মৌ সদায় বৈ থাকে। এই প্ৰতিজ্ঞা বহুবাৰ উল্লেখ কৰা হ‘ল আৰু আবৃতি কৰা হ‘ল যাতে সিহঁতে উৎসাহ পাব। আজিলৈকে বিশ্বাসীৰ বাবে ইয়াৰ অৰ্থ গুৰুত্বপূৰ্ণ। গাখীৰ আৰু মৌ আমাক স্বৰ্গৰ আশীৰ্বাদবোৰ বোজায়। তাতে আমি নিখুঁত আৰু শুদ্ধ পৰিণত হয় যাওঁ, ঠিক ঈশ্বৰৰ ইচ্ছাৰ দৰে, অৰ্থাত খ্ৰীষ্টৰ ৰূপত। তাতে মিঠা আনন্দ আৰু ঈশ্বৰৰ ধাৰাসাৰ […]

  • পুৰনি নিয়মৰ শুভবাৰ্তা – ৯ – মোচি – নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি

    পুৰনি নিয়মৰ শুভবাৰ্তা – ৯ – মোচি – নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি

    মোচিৰ কালত ঈশ্বৰে ইস্ৰায়েল জাতিক মিচৰ দেশৰ যন্ত্ৰনাৰ পৰা মুক্তি কৰিছিলে। তেওঁ সেই দেশ আৰু সিহঁতৰ দেৱতাবোৰক কাঢ়া বিচাৰ দিলে। অন্তিম ৰাতিত ঈশ্বৰে সিহঁতৰ প্ৰতথম জন্মাবোৰক সংহাৰ কৰিল। কেৱল যি যোনে নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালিৰ তেজৰ তলত আছিলে উদ্ধাৰ পালে। ঈশ্বৰে সকলোক প্ৰতিজ্ঞা কৰিলে, আৰু আজিকলত প্ৰতিজ্ঞা কৰে – “মই সেই তেজ দেখি, তোমালোকক এৰি থৈ যাম”। মোৰ প্ৰাৰ্থনা যাতে সকল মানুহে অসমত যীচু খ্ৰীষ্ট আৰু তেওঁৰ তেজলৈ আহিব ক্ষমা আৰু উদ্ধাৰ পাবলৈ। মুল বাইবেলৰ পদ হ‘ল –  যাত্ৰাপুস্তক ১২:১৩।

  • পুৰনি নিয়মৰ শুভ বাৰ্তা – ৮ – মোচি – উপদ্ৰৱ পোৱা বন্দী অৱস্থাত

    পুৰনি নিয়মৰ শুভ বাৰ্তা – ৮ – মোচি – উপদ্ৰৱ পোৱা বন্দী অৱস্থাত

    এই বার্তা অসমিয়া ভাষাত — মিচৰৰ ৰজা নিষ্ঠুৰতাৰ তলত মোচি আৰু ইস্ৰায়েলৰ মানুহ মিচৰ (বা ইজিপ্ত্) দেশত বহুতো ভোগ পাইছিলে। সিহঁতৰ বন্দী অৱস্থা এটা ছায়া হিচাপে সকল মানুহৰ বন্দী অৱস্থা চয়্তান আৰু পাপৰ তলত দেখোৱায়। হেৰুৱা মানুহৰ জীৱন যাতনাৰ পূৰ্ণ আৰু মন্দ শিকলিত থাকে। কিন্তু শুভ বাৰ্তা হয় যে, যেতিয়া এজনে প্ৰভুলৈ কান্দি মাতে, তেওঁ শুনি নামি আহি তাকে উদ্ধাৰ কৰিব। যীচু খ্ৰীষ্টৱে সঁচাকৈ স্বৰ্গৰ পৰা নামি আহিছিলে আমাক আন্ধাৰৰ ৰাজ্যৰ পৰা মুক্তি দিবলৈ। মুল বাইবেল পদ হল যাত্ৰাপুস্তক ৩:৭-৯ […]

  •  
  • পুৰনি নিয়মৰ শুভ বার্তা – ৬ – অব্রাহাম – ধার্মিক বুলি গণনা হোৱা

    পুৰনি নিয়মৰ শুভ বার্তা – ৬ – অব্রাহাম – ধার্মিক বুলি গণনা হোৱা

    অব্রাহাম খ্রীষ্টান জীবণৰ মহা এতা উদাহৰণ হয় আৰু তেওঁ যীচু খ্ৰীষ্টৰ প্ৰকাশিত পৰিত্ৰানৰ পথ দেখোৱায়। এই প্ৰচাৰ মুল শিক্ষা হল সেই দিনা ঈশ্বৰে অব্ৰাহামক ধাৰ্ম্মিক বুলি গণনা কৰিলে তেওঁৰ বিশ্বাস দ্বাৰাই। অব্ৰাহামৰ বিশ্বাস ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত আছিলে। তেওঁৰ দৰে আমি বিশ্বাসেৰে ধাৰ্ম্মক বুলি গণনা হওঁ, কৰ্ম্মেৰে নহোয়, যাতে মানুহ গৌৰৱ নকৰে। এইদৰে সকলো গৌৰৱ ঈশ্বৰৰ উদ্দেশ্যে হব যেতিয়া তেওঁৱে পাপীবোৰক উদ্ধাৰ কৰে।  মুল বাইবেলৰ পদ হল – আদিপূস্তক ১৫:১-৬।

  • পুৰনি নিয়মৰ শুভ বার্তা – ৫ – অব্রাহাম – সকলো ত্যাগ কৰিলে

    পুৰনি নিয়মৰ শুভ বার্তা – ৫ – অব্রাহাম – সকলো ত্যাগ কৰিলে

    অব্রাহাম খ্রীষ্টান জীবণৰ মহা এতা উদাহৰণ হয়। তেওঁ এজন মূৰ্ত্তি পূজা কৰা মানুহ যাক ঈশ্বৰে বাছি ললে, তেওঁৰ দেশ, পৰিয়াল, আৰো পুৰনা জীবণৰ পথ ত্যাগ কৰিবলৈ। অব্রাহামৰ দৰে, আমি প্রাণপুনে চেষ্টা কৰিব লাগিব ঈশ্বৰৰ ৰাজ্য প্রবেশ কৰিবলৈ। আন কি আটাইতকৈ প্রিয় বস্তুৰ কাৰণে আমি অনুতাপ্ত হই ত্যাগ কৰিব লাগিব। মুল বাইবেলৰ পদ হল – আদিপূস্তক ১২:১-৩।

  • পুৰনি নিয়মৰ শুভ বার্তা – ৪ – নোহ  – বিচাৰ আৰো উদ্ধাৰ

    পুৰনি নিয়মৰ শুভ বার্তা – ৪ – নোহ – বিচাৰ আৰো উদ্ধাৰ

    এই বার্তা দেখাই দিয়ে যে নোহ আৰো তেওঁৰ কালত সেই বানপানী যি ঘতিছিলে এটা উদ্ধাহাৰন হয়। এইটোৰ অর্থৰ হইছে – ঈশ্বৰৰ আগমণ অহা বিচাৰ আৰো খং যে পাপ আৰো পাপীৰ ওপৰত পৰিব। নোহৰ জাহাজ আৰো বলিদান দেখাই দিয়ে যীচু খ্রীষ্টৰ উদ্ধাৰ।  মুল বাইবেলৰ পদ হল – আদিপূস্তক ৬:১৭-১৮।

  •  
  • মূর্ত্তি পূজা পাপ

    মূর্ত্তি পূজা পাপ

    যাত্ৰাপুস্তক ২০:৪ স্পষ্টকৈ লিখা আছে যে মূর্ত্তিৰ বনোৱা, প্রার্থনা, বা সেৱা কৰা পাপ হয়। মূর্ত্তিৰ হওঁক, প্রতিমা হওঁক – যি কোনো ছবি যে ঈশ্বৰৰ ৰূপ দেখোৱায় পাপ কাম হব। প্রভুৱে কইছে, যি যোনে মূর্ত্তিৰ ওপৰত ভাৰসা কৰে, সেইবোৰৰ নিচিনা হয় যাব – চকু থাকিলেও অন্ধ হব, কান থাকিলেও কলা হব।

  • পুৰনি নিয়মৰ শুভ বার্তা – ৩ – আদম – ঈশ্বৰে বিচাৰে

    পুৰনি নিয়মৰ শুভ বার্তা – ৩ – আদম – ঈশ্বৰে বিচাৰে

    এই বার্তা অসমিয়া ভাষাত – এটো যীচু খ্রীষ্টৰ ওপৰত আৰু আদম আৰু হাৱাৰ ওপৰত। এটো শিক্ষা দিয়ে যে আচলতে ঈশ্বৰে আমাক বিচাৰে আৰু মাতে। আন কি যেতিয়া আমি তেওঁক নামাতো আৰু নিবিচাৰো, তেতিয়াও তেওঁ আমাক প্ৰেম কৰি মাতে, যাতে আমি আমাৰ পাপ ত্যাগ কৰো।  মুল বাইবেলৰ পদ হল – আদিপূস্তক ৩:৯।

  • পুৰনি নিয়মৰ শুভ বার্তা – ২ – আদম – লুকাই থকা

    পুৰনি নিয়মৰ শুভ বার্তা – ২ – আদম – লুকাই থকা

    এই বার্তা অসমিয়া ভাষাত – এটো যীচু খ্রীষ্টৰ ওপৰত আৰু আদম আৰু হাৱাৰ ওপৰত। এটো শিক্ষা দিয়ে সিহতৰ দুইটা ভুললৈ, যে সিহঁতৰ নিজৰ পাপ এই দুইজন স্বীকাৰ কৰাৰ মন নাছিল। মুল বাইবেলৰ পদ হল – আদিপূস্তক ৩:৬-৮।

  •  
  • পুৰনি নিয়মৰ শুভ বার্তা – ১ – আদম – মহিমাৰ সৃষ্টি

    পুৰনি নিয়মৰ শুভ বার্তা – ১ – আদম – মহিমাৰ সৃষ্টি

    এই বার্তা অসমিয়া ভাষাত – এটো যীচু খ্রীষ্টৰ ওপৰত আৰু আদম আৰু হাৱাৰ ওপৰত। এটো শিক্ষা দিয়ে সিহতৰ জীবণৰ উদ্দেশ্যলৈ আৰু পৰিত্রানৰ পথটো। মুল বাইবেলৰ পদ হল – আদিপূস্তক ১:২৬-২৭।